ETV Bharat / state

হুঁচৰিৰ ধন ব্যয় কৰিব জটিল ৰোগীৰ চিকিৎসাত

ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে গোলাঘাটৰ এখন গাঁৱৰ ৰাইজে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী সিদ্ধান্ত । বিহু, হুঁচৰি মাৰি সংগ্ৰহ কৰা ধনেৰে জটিল ৰোগ বা দুৰাৰোগ্য ৰোগত আক্ৰান্তক আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ গাঁওবাসীৰ ।

প্ৰতিকী ফটো
author img

By

Published : Apr 19, 2019, 4:23 PM IST

গোলাঘাট,19 এপ্ৰিল: গোলাঘাটৰ এখন গাঁৱৰ ৰাইজৰ বিশেষ পদক্ষেপ ৷ বিহুত হুঁচৰি মাৰি পোৱা ধন এক মহান উদ্দেশ্যত খৰচ কৰিব গাঁওবাসীয়ে ৷ গোলাঘাটৰ আঠখেলীয়া মাজ খুমটাই গাঁওবাসীয়ে হুঁচৰিৰ ধন খৰচ কৰিব জটিল ৰোগত আক্ৰান্ত ৰোগীসকলকৰ চিকিৎসাৰ বাবে ৷ গাঁওখনৰ ৰোগাক্ৰান্ত লোকসকলক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্য নামঘৰত হুঁচৰি পৰিৱেশনৰ পাচতে লোৱা হয় এই সিদ্ধান্ত ৷

Intro:ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে গোলাঘাটৰ এখন গাঁৱৰ ৰাইজে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী সিদ্ধান্ত । বিহু, হুঁচৰি মাৰি সংগ্ৰহ কৰা ধনেৰে জটিল ৰোগ বা দুৰাৰোগ্য ৰোগত আক্ৰান্তক আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ গাঁওবাসীৰ । গোলাঘাটৰ আঠখেলীয়া মাজ খুমটাই গাঁওবাসীয়ে গ্ৰহণ কৰে এই ব্যতিক্ৰমী সিদ্ধান্ত । আঠখেলৰ ৰাইজ একত্ৰিত হৈ নামঘৰ চৌহদত উদযাপন কৰে হুঁচৰি প্ৰদৰ্শন । এই হুঁচৰি মাৰি সংগৃহীত ধনেৰে অঞ্চলটোৰ বহুকেইগৰাকী জটিল ৰোগত আক্ৰান্ত ৰোগীক আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কেইবাটাও আটক ধুনীয়া হুঁচৰি দলে এই হুঁচৰি প্ৰদৰ্শন কাৰ্যসূচীত অংশ লৈ উপস্থিত সকলক আমোদ দিয়ে । ৰাইজৰ এনে সুন্দৰ তথা অগতানুগতিক সিদ্ধান্তক সকলোৱে শলাগ লয় Body:BYTE 1:জ্যেষ্ঠ ব্যক্তি Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , ETV BHARAT, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.