- ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান (Railway eviction drive)
- বুলড’জাৰেৰে ভাঙি পেলোৱা হৈছে বহু ব্যৱসায়িক প্ৰতিষ্ঠান
- প্ৰায় ৬০ খনৰো অধিক ব্যৱসায়ীক প্ৰতিষ্ঠানক কৰিলে উচ্ছেদ
- ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহে প্ৰায় ৭০ বছৰ ধৰি ৰে’লৰ মাটি দখল কৰি ব্যৱসায় চলাই যোৱাৰ অভিযোগ
- অতিৰিক্ত আয়ুক্ত, মহকুমা আৰক্ষী বিষয়া, অৰ্ধসামৰিক বাহিনী তথা ৰে’ল বিভাগৰ লোকৰ উপস্থিতিত চলিল এই উচ্ছেদ
BREAKING NEWS: ধনশিৰিৰ বৰপথাৰ নগৰত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান - ব্যৱসায়ীক প্ৰতিষ্ঠানত চলিল উচ্ছেদ অভিযান
ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান (Railway eviction operation) ৷ বুলড‘জাৰেৰে ভাঙি পেলোৱা হ’ল বহু ব্যৱসায়িক প্ৰতিষ্ঠান ৷ প্ৰায় ৬০ খনৰো অধিক ব্যৱসায়ীক প্ৰতিষ্ঠানত চলিল এই উচ্ছেদ অভিযান ৷
ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰত ৰে’লৱে বিভাগৰ উচ্ছেদ অভিযান
- ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান (Railway eviction drive)
- বুলড’জাৰেৰে ভাঙি পেলোৱা হৈছে বহু ব্যৱসায়িক প্ৰতিষ্ঠান
- প্ৰায় ৬০ খনৰো অধিক ব্যৱসায়ীক প্ৰতিষ্ঠানক কৰিলে উচ্ছেদ
- ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহে প্ৰায় ৭০ বছৰ ধৰি ৰে’লৰ মাটি দখল কৰি ব্যৱসায় চলাই যোৱাৰ অভিযোগ
- অতিৰিক্ত আয়ুক্ত, মহকুমা আৰক্ষী বিষয়া, অৰ্ধসামৰিক বাহিনী তথা ৰে’ল বিভাগৰ লোকৰ উপস্থিতিত চলিল এই উচ্ছেদ
Last Updated : Sep 8, 2022, 4:36 PM IST