ETV Bharat / state

বাইকত উঠিল অজগৰ

প্ৰায় আধা ঘন্টা সময় ধৰি বাইকৰ পৰা নামিবলৈ চেষ্টা চলালে অজগৰডালে । অজগৰ ডালৰ এই মনোৰম দৃশ্য চাবলৈ ঘাইপথৰ কাষত ভিৰ কৰিলেহি স্থানীয় লোক তথা পথচাৰীয়ে ৷

বাইকত উঠিল অজগৰ
author img

By

Published : Aug 18, 2019, 7:52 PM IST

গোলাঘাট, 18 আগষ্টঃ গোলাঘাটৰ কমাৰগাঁৱত বাইকত উঠিল এডাল প্ৰকাণ্ড অজগৰ ৷ গোলাঘাট কমাৰগাঁৱত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন বাইকত উঠি লটিঘটি সাপডালৰ । প্ৰায় আধা ঘন্টা সময় ধৰি বাইকৰ পৰা নামিবলৈ চেষ্টা চলালে অজগৰডালে । অজগৰ ডালৰ এই মনোৰম দৃশ্য চাবলৈ ঘাইপথৰ কাষত ভিৰ কৰিলেহি স্থানীয় লোক তথা পথচাৰীয়ে । স্থানীয় লোকৰ ভাষ্য অনুসৰি কাষতে থকা হাবিৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি বাইকত উঠিলহি সাপডাল । বহু সময়ৰ পিছত ঘটনাস্থলীত স্থানীয় নুমলীগড় বন বিভাগৰ লোক উপস্থিত হৈ সাপডাল উদ্ধাৰ কৰি দেওপাহাৰ বনাঞ্চলত মুকলি কৰি দিয়ে অজগৰডাল ।

Intro:অজগৰ সাপ উদ্ধাৰ ক্ষেত্ৰীৰ মালয়বাৰীৰ ইটিলাজানত । প্ৰায় 10 ফুট দীঘল অজগৰ সাপ ডাল মাছমৰীয়াৰ জালত লাগিছিল।

Body:ক্ষেত্ৰীৰ মালয়বাৰীৰ ইটিলাজানত আজি নিশা উদ্ধাৰ হয় বৃহৎ আকৃতিৰ এডাল অজগৰ। ইটিলাজানত মাছ ধৰি থকা এজন মাছমৰীয়াৰ জালত মাছৰ সলনি উঠে এই অজগৰ ডাল।Conclusion:পাছত প্ৰায় ত্ৰিশ কেজি ওজন অজগৰ ডাল স্থানীয় লোকে উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়া হয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.