ETV Bharat / state

গোলাঘাটৰ জামুগুৰিৰ কৃষি ভূমিত উদ্ধাৰ প্ৰকাণ্ড অজগৰ - অজগৰ

বিগত কিছুদিনৰ পৰা অজগৰটোয়ে অঞ্চলটোৰ বহু লোকৰ হাঁহ,কুকুৰা ভক্ষণ কৰি আহিছিল ।

কৃষি ভূমিত উদ্ধাৰ প্ৰকাণ্ড অজগৰ
author img

By

Published : Aug 29, 2019, 1:01 PM IST

গোলাঘাট, 29 আগষ্টঃ বৃহস্পতিবাৰে গোলাঘাটৰ জিলাৰ জামুগুৰিৰ মলহানীটুপ গাঁৱৰ কৃষি ভূমিত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয় ৷ হালবাই থকা অৱস্থাত কৃষকে উদ্ধাৰ কৰে অজগৰ ডাল।

কৃষি ভূমিত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

জিলাখনৰ জামুগুৰি আঞ্চলিক বন সংমণ্ডৰ অধীনৰ জামুগুৰি ফৰেষ্ট কেম্পৰ কিছু সমীপত উদ্ধাৰ হয় প্ৰায় 20 কিলো গ্ৰাম ওজনৰ অজগৰ ডাল ৷ দুজনমান কৃষকে টেক্টৰেৰে মাটি চহাই থকা অৱস্থাত অজগৰ ডাল প্ৰত্যক্ষ কৰে আৰু ততাতৈয়াকৈ জামুগুৰি বন কৰ্মীক খবৰ দি কৰি দিয়ে ৷ পৰৱৰ্তী সময়ত অজগৰডাল জামুগুৰি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মীয়ে নামবৰ অভয়াৰণ্যত মুকলি কৰি দিয়ে ৷ গাঁও বাসীয়ে জনোৱা অনুসৰি বিগত কিছুদিনৰ পৰা অজগৰটোয়ে অঞ্চলটোৰ বহু লোকৰ হাঁহ,কুকুৰা ভক্ষণ কৰি আহিছিল ।

Intro: গোলাঘাটৰ জামুগুৰিত কৃষি ভূমিত উদ্ধাৰ প্ৰকাণ্ড অজগৰ । হালবাই থকা অৱস্থাত কৃষকে উদ্ধাৰ কৰে এই প্ৰকাণ্ড অজগৰ দাল । গোলাঘাট জিলাৰ জামুগুৰি আঞ্চলিক বন সংমণ্ডৰ অধীনৰ জামুগুৰি ফৰেষ্ট কেম্পৰ কিছু সমীপত উদ্ধাৰ অজগৰ দাল । প্ৰায় ২০ কিলো গ্ৰাম ওজনৰ অজগৰ দাল উদ্ধাৰ হয় জামুগুৰি মলহানীটুপ গাঁৱত । দুজনমান কৃষকে টেক্টৰেৰে মাটি চহাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে এই অজগৰ দাল । কৃষক কেইজনে জামুগুৰি বন কৰ্মীক খবৰ অজগৰ দাল চমজাই দিয়ে । পিছত অজগৰটো জামুগুৰি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ নিয়াৰ পিছত নামবৰ অভয়াৰণ্যত মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয় । উল্লেখ্য যোৱা কিছুদিনৰ পৰা অজগৰটোয়ে অঞ্চলটোৰ বহু লোকৰ হাঁহ, কুকুৰা খাই আহিছিল ।
Body:Byte 1_কৃষকConclusion:গোলাঘাট পৰা চামিম আলি , etv bharat,অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.