ETV Bharat / state

তৃতীয় দিনৰ বাবেও গোলাঘাটত অব্যাহত প্ৰতিবাদ

author img

By

Published : Sep 4, 2019, 2:13 PM IST

নতুন দৰমহা নীতি প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি মালিক পক্ষই প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ বাগিচা কৰ্মচাৰী সংঘৰ । অসমত চাহ উদ্যোগৰ সংকটৰ সময় বুলি মালিক পক্ষই মিছা প্ৰচাৰ চলোৱাৰ অভিযোগ কৰ্মচাৰী সংঘৰ

তৃতীয় দিনৰ বাবেও গোলাঘাটত প্ৰতিবাদ

গোলাঘাট, 4 চেপ্তেম্বৰঃ তৃতীয় দিন অৰ্থাৎ বুধবাৰে গোলাঘাটৰ প্ৰতিখন চাহ বাগিচাত অব্যাহত আছে প্ৰতিবাদ । চাহ বাগিচা কৰ্মচাৰী সংঘই নতুন দৰমহা নীতি প্ৰৱৰ্তনৰ দাবীৰে অব্যাহত ৰখা প্ৰতিবাদৰ বুধবাৰে সামৰণি পৰে । গোলাঘাটৰ শালমৰা চাহ বাগিচা, বৰকাঠনী চাহ বাগিচা, খুমটাই, গৰংগা আদি চাহ বাগিচাত বুধবাৰে তৃতীয় দিনৰ বাবে অব্যাহত আছে কৰ্মচাৰী সংঘৰ প্ৰতিবাদ । বাগিচাৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি মালিক পক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

তৃতীয় দিনৰ বাবেও গোলাঘাটত অব্যাহত প্ৰতিবাদ

নতুন দৰমহা নীতি প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি মালিক পক্ষই প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ বাগিচা কৰ্মচাৰী সংঘৰ । অসমত চাহ উদ্যোগৰ সংকটৰ সময় বুলি মালিক পক্ষই মিছা প্ৰচাৰ চলোৱাৰ অভিযোগ কৰ্মচাৰী সংঘৰ । পূৰ্বৰ দৰে দ্বি-পাক্ষিক চুক্তিৰ জৰিয়তে দৰমহা বৃদ্ধি কৰি চাহ কৰ্মচাৰী সকলক উচিত প্ৰাপ্য প্ৰদান কৰাৰ দাবী অসম চাহ কৰ্মচাৰী সংঘৰ ।

Intro: আজি তৃতীয় দিনৰ বাবেও গোলাঘাটৰ প্ৰতিখন চাহ বাগিচাত অব্যাহত আছে প্ৰতিবাদ । চাহ বাগিচা কৰ্মচাৰী সংঘই নতুন দৰ্মহা নীতি প্ৰৱৰ্তনৰ দাবীৰে অব্যাহত ৰখা এই প্ৰতিবাদৰ আজি সামৰণি পৰে । গোলাঘাটত আজিও অব্যাহত আছে চাহ বাগিচা কৰ্মচাৰী সংঘৰ প্ৰতিবাদ । গোলাঘাটৰ শালমৰা চাহ বাগিচা , বৰকাঠনী চাহ বাগিচা , খুমটাই , গৰঙ্গা আদি চাহ বাগিচাত আজি তৃতীয় দিনৰ বাবে অব্যাহত আছে কৰ্মচাৰী সংঘৰ প্ৰতিবাদ । বাগিচাৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি মালিক পক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । নতুন দৰমহা নীতি প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি মালিক পক্ষই প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ বাগিচা কৰ্মচাৰী সংঘৰ । অসমত চাহ উদ্যোগৰ সংকটৰ সময় বুলি মালিক পক্ষই মিছা প্ৰচাৰ চলোৱাৰ অভিযোগ কৰ্মচাৰী সংঘৰ । পূৰ্বৰ দৰে দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে দৰমহা বৃদ্ধি কৰি চাহ কৰ্মচাৰী সকলক উচিত প্ৰাপ্য প্ৰদান কৰাৰ দাবী অসম চাহ কৰ্মচাৰী সংঘৰ।Body:Byte 1, 2 : প্ৰতিবাদকাৰীConclusion:গোলাঘাট পৰা চামিম আলি ,etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.