গোলাঘাট, 4 নৱেম্বৰঃ গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দহ ঘন্টীয়া অনশন কাৰ্যসূচী ৷ গোলাঘাটত নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি আৰু বোকাখাট মহকুমা সমিতিৰ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে, 'মুখ্যমন্ত্ৰী আৰু নেদাৰ অধ্যক্ষই বিচক্ষণতাৰে চিন্তা কৰিলে নুমলীগড় তেল শোধনাগাৰটো ৰাজহুৱা খণ্ডৰ সম্পদ হিচাপে জীয়াই থাকিব ৷ উত্তৰ পূৱৰ আন ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি সম্পদটো ৰাজহুৱা খণ্ডত জীয়াই ৰাখিব পাৰিব মুখ্যমন্ত্ৰী আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷'
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদত কঁপিল নুমলীগড় - protest against privatization of Numaligarh Refinery
গোলাঘাটত নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি আৰু বোকাখাট মহকুমা সমিতিৰ ৷ গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দহ ঘন্টীয়া অনশন কাৰ্যসূচী ৷
![অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদত কঁপিল নুমলীগড়](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4958361-thumbnail-3x2-g.jpg?imwidth=3840)
গোলাঘাট, 4 নৱেম্বৰঃ গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দহ ঘন্টীয়া অনশন কাৰ্যসূচী ৷ গোলাঘাটত নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি আৰু বোকাখাট মহকুমা সমিতিৰ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে, 'মুখ্যমন্ত্ৰী আৰু নেদাৰ অধ্যক্ষই বিচক্ষণতাৰে চিন্তা কৰিলে নুমলীগড় তেল শোধনাগাৰটো ৰাজহুৱা খণ্ডৰ সম্পদ হিচাপে জীয়াই থাকিব ৷ উত্তৰ পূৱৰ আন ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি সম্পদটো ৰাজহুৱা খণ্ডত জীয়াই ৰাখিব পাৰিব মুখ্যমন্ত্ৰী আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷'
Body:গোলাঘাটত নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগত কৰণৰ বিৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি আৰু বোকাখাট বোকাখাট মহকুমা সমিতিৰ প্ৰতিবাদ। গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দহ ঘন্টীয়া অনশন কাৰ্যসূচী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই প্ৰতিবাদ সাব্যস্ত কৰি কয় যে মুখ্যমন্ত্ৰী আৰু নেদাৰ অধ্যক্ষই বিচক্ষণতাৰে চিন্তা কৰিলে নুমলীগড় তেল শোধনাগাৰটো ৰাজহুৱা খণ্ডৰ সম্পদ হিচাপে জীয়াই থাকিব। উত্তৰ পূৱৰ আন ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি সম্পদটো ৰাজহুৱা খণ্ডত জীয়াই ৰাখিব পাৰিব মুখ্যমন্ত্ৰী আৰু ড০ হিমন্ত বিশ্ব শৰ্মাই।
Conclusion:Byte 1: নেতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।