ETV Bharat / state

গোলাঘাটত CPI,CPI(M) আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট - দেশদ্ৰোহী বি জে পি চৰকাৰ

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ মুখৰ গোলাঘাট ৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে CPI, CPI(M) আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাই ৷ শীঘ্ৰে চৰকাৰক দাবী সমূহ মানি ল'বলৈ আহ্বান ৷

as_glt_protest_against_CAA_vis_as10024
গোলাঘাটত CPI, CPI(M) আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট
author img

By

Published : Nov 18, 2020, 4:54 PM IST

গোলাঘাট, 18 নৱেম্বৰ:গোলাঘাটত CPI, CPI(M) আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ মুখৰ হৈ পৰিছে গোলাঘাট ৷ গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনৰ নেতা সকলে। নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ আৰু চূড়ান্ত এন আৰ চি প্ৰকাশৰ প্ৰক্ৰিয়া অনতিপলমে সম্পূৰ্ণ কৰা,কা আন্দোলনত কাৰাবন্দী হোৱা সকলক অতি শীঘ্ৰে মুক্তি দিয়া আৰু সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰাৰ দাবীত CPI, CPI(M) আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট ৷

গোলাঘাটত CPI, CPI(M) আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

কা বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা কাৰাবন্দী সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক,দেশদ্ৰোহী বি জে পি চৰকাৰ গ'বেক,সৰ্বানন্দ সোণোৱাল হায় হায় আদি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কয় যে,যদি অতি শীঘ্ৰে চৰকাৰে দাবী সমূহ মানি নলয় তেনেহ'লে ভৱিষ্যতে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব ৷

লগতে পঢ়ক: বিটিচিলৈ কেন্দ্ৰই পঠোৱা কোটি কোটি টকা কি কৰিলে হাগ্ৰামাইঃ প্ৰশ্ন হিমন্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.