ETV Bharat / state

মৰণফাণ্ডত পৰিণত হৈছে বৰপথাৰ-জজামুগুৰি সংযোগী পথ

গোলাঘাট জিলাৰ বৰপথাৰ-জজামুগুৰি সংযোগী ধোন্দাচাম এনচিচি পথটোৰ ছাইডবাৰ্ণটো অতি শোচনীয় হৈ পৰাত পথটো যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে ৷

মৰণফাণ্ডত পৰিণত হৈছে বৰপথাৰ-জজামুগুৰি সংযোগী পথটো
author img

By

Published : Jun 2, 2019, 3:41 PM IST

সৰুপথাৰ , 02 জুন : গোলাঘাট জিলাৰ বৰপথাৰ-জজামুগুৰি সংযোগী ধোন্দাচাম এনচিচি পথটোৰ ছাইডবাৰ্ণ অতি শোচনীয় হৈ পৰাত পথটো যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে ৷ ফলত বৰপথাৰৰ পৰা জামুগুৰি অভিমুখে যাত্ৰাৰ কৰা লোকসকলে বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ৷ লগতে এই পথেৰে যাতায়ত কৰা লোকসকল বহু সৰু-বৰ দুৰ্ঘটনাত পতিত হোৱা পৰিলক্ষিত হৈছে ৷

মৰণফাণ্ডত পৰিণত হৈছে বৰপথাৰ-জজামুগুৰি সংযোগী পথটো

ৰাজ্যিক ঘাইপথৰ অন্তৰ্গত এই পথটোৱেদি নিতৌ শ শ ডাম্পাৰ, উইংগাৰ, মেজিক আদি চলাচল কৰাৰ ফলত ৰাস্তাটোৰ ছাইডবাৰ্ণ বোকাময় হৈ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে ৷ যাৰ ফলত পথটোৰ কাষৰ অংশসমূহ ভাঙি যাবলৈ ধৰিছে ৷ স্থানীয় ৰাইজে জনোৱা অনুসৰি এই পথটোত প্ৰায়েই সৰু -বৰ দুৰ্ঘটনা সংঘটিত হৈ বহু লোক মৃত্যুৰমুখত পৰিবলগীয়া হৈছে ৷ সেয়ে স্থানীয় ৰাইজ তথা ছাত্ৰ সংগঠন সমূহে , পথটোৰ ছাইডবাৰ্ণ নিৰ্মাণ কৰাৰ লগতে পথটো পুনৰ মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ অসম চৰকাৰৰ গড়কাপ্টানী বিভাগক দাবী জনাইছে ৷

Intro:ধনশিৰি মহকুমাৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰপথাৰৰ পৰা জামুগুৰি সংযোগী ধোন্দাচাম এন চি চি নামৰ পথটিৰ কাষৰ ছাইডবাম অতি শোচনীয় হৈ পৰাত বৰপথাৰৰ পৰা জামুগুৰি অভিমুখী যাত্ৰাৰ বাবে বহু অসুবিধাৰ সৃষ্টি হৈ আহিছে আৰু এই সমস্যাৰ বাবে বহু লোক দূৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লব লগা হৈছে ।Body:ৰাজ্যিক ঘাইপথৰ অন্তৰ্গত এই পথটোৱেদি নিতৌ শ শ ডাম্পাৰ, উইংগাৰ, মেজিক আদি চলাচল কৰি ৰাস্তাটোৰ ছাইডবাম বোকা হৈ পুখুৰী সদৃশ গাতৰ সৃষ্টি হৈ পৰাত ৰাস্তাৰ কাষৰ অংশ সমূহ ভাঙি যাবলৈ ধৰিছে । এই পথটোত প্ৰায়েই সৰু বৰ দূৰ্ঘটনা সংঘটিত হৈ বহু মৃত্যু মুখত পৰিব লগা হৈছে । অসম চৰকাৰৰ গঢ়কাপ্টানী বিভাগে পথটিৰ ছাইডবাম নিৰ্মান কৰি ৰাস্তাতো পুনৰ মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবৰ বাবে স্থানীয় ৰাইজ তথা ছাত্ৰ সংগঠন সমূহে দাবী উত্থাপন কৰিছে Conclusion:Byte :- 1:- PUBLIC
BYTE :- 2 PUBLIC
Byte :- 3 public

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.