ETV Bharat / state

পৰ নাৰীৰে অবৈধ সম্পৰ্ক, ৰাইজে ধৰিলে ৰাজদ্বীপক

গোলাঘাট জিলাৰ পদুমণি বনগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাজদ্বীপ গগৈ নামৰ লোকজনক ৷ 7 বছৰীয়া কন্যা সন্তানৰ পিতৃগৰাকীয়ে এগৰাকী মহিলাৰ সৈতে চলাই গৈছিল অবৈধ সম্পৰ্ক ৷ যাৰ বাবে ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ৰাজদ্বীপক ৷

author img

By

Published : Nov 20, 2019, 8:01 PM IST

Updated : Nov 20, 2019, 8:21 PM IST

অবৈধ সম্পৰ্কৰ বাবে গ্ৰেপ্তাৰ ৰাজদ্বীপ

গোলাঘাট, 20 নৱেম্বৰঃ মঙলবাৰৰ নিশা উত্তপ্ত হৈ পৰে গোলাঘাট জিলাৰ পদুমণি বনগাঁও ৷ এদল পুৰুষ মহিলাই আবদ্ধ কৰি প্ৰহাৰ কৰে ৰাজদ্বীপ গগৈ নামৰ এগৰাকী বিবাহিত লোকক ৷ অঞ্চলটোৰ হেমন্ত হাজৰিকা নামৰ লোকজনৰ পত্নী গৰাকী বিগত তিনিদিন ধৰি সন্ধানহীন হৈ আছিল ৷ মঙলবাৰে মহিলাগৰাকীৰ নিজৰ ভাতৃয়ে উদ্ধাৰ কৰি নিজৰ ঘৰত ৰাখে ৷ এনে অৱস্থাত বনগাঁৱৰ পতিৰ ঘৰৰ কাষতে এখন স্কুটীত অহা জোনাকী নগৰৰ ৰাজদ্বীপ গগৈ নামৰ লোকজনক সন্দেহজনক অৱস্থাত কৰায়ত্ত কৰে স্থানীয় ৰাইজে ৷ ৰাইজৰ আগত মহিলাগৰাকীৰ সৈতে সম্পৰ্ক থকাৰ কথা প্ৰকাশ কৰে ৰাজদ্বীপে ৷ আনহাতে ৰাইজে কৰায়ত্ত কৰাৰ সময়টো মহিলাগৰাকীৰ সৈতে ফোনত কথা পাতি আছিল ৰাজদ্বীপে ৷ ইতিমধ্যে ৰাজদ্বীপক গোলাঘাট আৰক্ষীক গতাই দিছে স্থানীয় ৰাইজে ৷

অবৈধ সম্পৰ্কৰ বাবে গ্ৰেপ্তাৰ ৰাজদ্বীপ

লগতে পঢ়কঃ নাজিৰাত পথমণিয়ে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্ত্তি

Intro:Body:নিশা গোলাঘাটৰ পদুমণি বণগাঁৱত উত্তপ্ত পৰিস্থিতি। এদল পুৰুষ মহিলাই আবদ্ধ কৰি প্ৰহাৰ কৰে ৰাজদ্বীপ গগৈ নামৰ এজন যুৱকক। যুৱক জনৰ বিৰুদ্ধে পৰ স্ত্ৰীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহাৰ অভিযোগ। ৰাইজে আৰক্ষীৰ সন্মুখতে লপা থপা দি চমজাই দিলে গোলাঘাট আৰক্ষীক। অঞ্চলটোৰ হেমন্ত হাজৰীকাৰ পত্নী কাবেৰী তামূলী হাজৰিকা সন্ধানহীন হৈ আছিল যোৱা তিনিদিন। মঙ্গলবাৰে উদ্ধাৰ কৰিছিল কাবেৰীক। নিশা পুনৰ পলুৱাই নিবলৈ অহা বুলি সন্দেহ কৰি ৰাইজে আটক কৰে জোনাকী নগৰৰ বিবাহিত যুৱক ৰাজদ্বীপ গগৈক। এই লৈ যথেষ্ঠ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত।Conclusion:Byte 1: হেমন্ত হাজৰীকা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Last Updated : Nov 20, 2019, 8:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.