ETV Bharat / state

গোলাঘাটত গৰ্ভৱতী মহিলাৰ দেহত ক'ভিড পজিটিভ ! - চিকিৎসালয়

গোলাঘাটত চিকিৎসাধীন হৈ থকা গৰ্ভৱতী মহিলাৰ শৰীৰত ধৰা পৰিছে ক'ভিড-19 পজিটিভ । মহিলাজনীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতেই কৰ'ণাতংকৰ সৃষ্টি হৈছে চিকিৎসালয় খনৰ ৰোগী সকলৰ মাজত ৷

One New COVID-19 Positive Case At Golaghat
গোলাঘাটত গৰ্ভৱতী মহিলাৰ দেহত ক'ভিড পজিটিভ !
author img

By

Published : Jul 20, 2020, 8:21 PM IST

গোলাঘাট, 20 জুলাইঃ গোলাঘাটত এইবাৰ গৰ্ভৱতী মহিলাৰ শৰীৰত চিনাক্ত হ'ল ক'ভিড পজিটিভ । মহিলাজনী চিকিৎসাধীন হৈ থকা অৱস্থাতে ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷

গোলাঘাটত গৰ্ভৱতী মহিলাৰ দেহত ক'ভিড পজিটিভ !

গোলাঘাটত গৰ্ভৱতী মহিলাৰ শৰীৰত ধৰা পৰিছে ক'ভিড -19 পজিটিভ । উল্লেখ্য যে,গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা গৰ্ভৱতী মহিলাৰ শৰীৰত ধৰা পৰিছে ক'ভিড পজিটিভ। চিকিৎসালয় খনত প্ৰসূতি বিভাগত চিকিৎসাধীন হৈ থকা প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ স্বাৱ পৰীক্ষা কৰা পিছতেই ধৰা পৰে মহিলা গৰাকীৰ ক'ভিড পজিটিভ। কৰ'ণাত আক্ৰান্ত গৰ্ভৱতী মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হ'ব বুলি চিকিৎসকে জানিবলৈ দিয়ে ।

লগতে পঢ়ক- গোলাঘাটত স্বাৱ পৰীক্ষা কেন্দ্ৰক লৈ হাহাকাৰ ৰাইজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.