ETV Bharat / state

বিধায়ক মৃণাল শইকীয়াৰ গৰু বিহু উদযাপন

"সকলোৱে ঘৰে ঘৰে গৰু পুহক ৷ গৰুৰ পৰা লাভ কৰক বিভিন্ন সুবিধা ৷"এই মন্তব্য খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ ৷

মৃণাল শইকীয়াৰ গৰু বিহু উদযাপন
author img

By

Published : Apr 14, 2019, 10:24 AM IST

গোলাঘাট , 14 এপ্ৰিল : আৰম্ভ হ'ল বাপতি সাহোন গৰু বিহু ৷ প্ৰত্যেক বছৰৰ দৰে এইবেলিও খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই যোগীবাৰী বিলত পৰম্পৰাগত ভাৱে গৰু বিহু উদযাপন কৰে ৷

মৃণাল শইকীয়াৰ গৰু বিহু উদযাপন

বয়োজ্যেষ্ঠ লোকসকলৰ স'তে একেলগে মিলি জুলি গৰুক গা ধুৱালে খুমটাইৰ বিধায়ক গৰাকীয়ে ৷ ইপিনে গৰুক গা ধুৱাৰ লগতে বিধায়ক গৰাকীয়ে নিজ গোহালীৰ গৰুৰ লগতে এটা উটকো গা ধুৱাই ৷ গৰু বিহু উপলক্ষে বিধায়কজনে সকলোকে ঘৰে ঘৰে গৰু পুহিবলৈ আহ্বান জনায় ৷

Intro:খুমটাইৰ বিধায়ক মৃনাল শইকীয়ায়ে প্ৰত্যেক বছৰৰ দৰে এইবাৰো ঐতিহাসিক যোগীবাৰী বিলত পৰম্পৰাগত ভাৱে গৰুক গা ধুৱাই। বয়োজ্যেষ্ঠ সকলৰ লগত একেলগে মিলি জুলি গৰুক গা ধুৱাই। বিধায়ক মৃনাল শইকীয়াৰ আহ্বান সকলোৱে ঘৰে ঘৰে গৰু পুহক। গৰুৰ পৰা লাভ কৰক বিভিন্ন সুবিধা। ইয়াৰ উপৰিও বিধায়ক মৃনাল শইকীয়াই নিজ গোহালীৰ গৰুৰ লগতে গা ধুৱালে এটা উট। উটটো বিধায়ক মৃনাল শইকীয়াৰ। বয়োজ্যেষ্ঠ সকলে বিহু গীত পৰিৱেশন কৰে বিধায়কৰ লগত।

Body:Byte 1: মৃনাল শইকীয়া, বিধায়ক।
Byte 2: জ্যেষ্ঠ ব্যক্তি।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.