ETV Bharat / state

খেতিৰ বতৰ : পাৱাটিলাৰ লৈ পথাৰত নামিল অতুল বৰা

গোলাঘাটৰ নিজা ঘৰৰ পথাৰত পাৱাৰটিলাৰ চলাই হাল বোৱাত ব্যস্ত মন্ত্ৰী অতুল বৰা ৷ কৃষি কাৰ্যৰ জৰিয়তে অসমৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব লাগিব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

minister-atul-bora-busy-ploughing-with-powertiller
পাৱাৰটিলাৰ লৈ হাল বোৱাত ব্যস্ত মন্ত্ৰী অতুল বৰা
author img

By

Published : Jun 11, 2021, 11:02 PM IST

গোলাঘাট, 11 জুন : নিজৰ পথাৰ নিজৰ বজাৰ দখলৰ লক্ষ্যৰে পথাৰত নামিল অসমৰ কেবিনেট মন্ত্ৰী অতুল বৰা । গোলাঘাটৰ নিজা ঘৰৰ পথাৰত পাৱাৰটিলাৰ চলাই হাল বোৱাত ব্যস্ত মন্ত্ৰী অতুল বৰা । অসমৰ যুৱপ্ৰজন্মক আকৃষ্ট কৰিব লাগিব কৃষি কাৰ্যৰ প্ৰতি । অসম হ'ল কৃষি প্ৰধান ৰাজ্য । তথাপিও কৃষি বৃত্তি হিচাপে লোৱাৰ মানসিকতা গঢ় লৈ উঠা নাই কৃষকৰ ।

পাৱাৰটিলাৰ লৈ হাল বোৱাত ব্যস্ত মন্ত্ৰী অতুল বৰা

এই বৃত্তিটোক মৰ্যদাপূৰ্ণ হিচাপে কৃষকে গ্ৰহণ কৰা আৰু যুৱ প্ৰজন্মক কৃষি কাৰ্যৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ লক্ষ্য মন্ত্ৰী অতুল বৰাৰ । কৃষি কাৰ্যৰ জৰিয়তে অসমৰ অৰ্থনৈতিক বুনিয়াদী শক্তিশালী কৰিব লাগিব বুলি কয় মন্ত্ৰী অতুল বৰাই ।

লগতে পঢ়ক:Home Delivery : এতিয়া ঘৰতে উপলব্ধ হ'ব সুৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.