ETV Bharat / state

বনকৰ্মীৰ গুলীত আহত তিনিজন নিৰীহ লোক

author img

By

Published : Nov 17, 2019, 2:33 PM IST

গোলাঘাটত অধিক ভয়াবহ হৈ পৰিছে হাতী মানুহৰ সংঘাত ৷ শনিবাৰে দিন দুপৰতে এটা বন্যহস্তীয়ে নুমলীগড় শোধনাগাৰ চৌহদত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি ভাঙি লণ্ডভণ্ড কৰে কেইবাখনো বাইক । ইফালে, সন্ধিয়াভাগত এটা বৃহৎ 60-70 টা হাতীৰ জাকে উপদ্ৰৱ চলাই মুৰফুলনী অঞ্চলত ।

গোলাঘাটত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত

গোলাঘাট, 17 আগষ্ট: গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত । ভয়াৱহৰ পৰা অধিক ভয়াৱহলৈ গতি কৰিছে এই সংঘাতে । গোলাঘাটত অধিক ভয়াৱহ হৈ পৰিছে হাতী মানুহৰ সংঘাত ৷ শনিবাৰে দিন দুপৰতে এটা বন্যহস্তীয়ে নুমলীগড় শোধনাগাৰ চৌহদত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি ভাঙি লণ্ড-ভণ্ড কৰে কেইবাখনো বাইক । ইফালে, সন্ধিয়াভাগত এটা বৃহৎ 60-70 টা হাতীৰ জাকে উপদ্ৰৱ চলাই মুৰফুলনী অঞ্চলত । হাতী খেদিবলৈ বনকর্মীৰ দলে গুলীচালনা কৰোঁতে আহত হয় তিনিজনকৈ নিৰীহ লোক ।

গোলাঘাটত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত

আনহাতে হাতীৰ জাকটোৱে ওৰে নিশা উপদ্ৰৱ চলাই মুৰফুলনী অঞ্চলত । উজাগৰে থাকি স্থানীয় লোকসকলে হাতে হাতে ব'ম, ফটকা, জুই লৈ খেদিব লগা হয় হাতী । এনেদৰে এতিয়া দিনে নিশাই গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে হাতী মানুহৰ ভয়াৱহ সংঘাত । মূলত হাতীৰ বসতিস্থলত হোৱা অবাধ বেদখলৰ, খাদ্য সংকটৰ ফলতে এনেদৰে ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে ।

Intro:গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত। ভয়াবহৰ পৰা অধিক ভয়াবহলৈ গতি কৰিছে এই সংঘাত ।
গোলাঘাটত অধিক ভয়াবহ হৈ উঠিছে হাতী মানুহৰ সংঘাত । কালি দিন দুপৰতে এটা বন্যহস্তীয়ে নুমলীগড় শোধনাগাৰ চৌহদত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি ভাঙি লণ্ডভণ্ড কৰে কেইবাখনো বাইক । ইফালে সন্ধিয়াভাগত এটা বৃহৎ ৬-৭০ জনীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই মুৰফুলনী অঞ্চলত । হাতী খেদিবলৈ বনকর্মীৰ দলে গুলী চালনা কৰোঁতে আহত হয় তিনিজনকৈ নিৰীহ লোক । আনহাতে হাতীৰ জাকটোৱে ওৰে নিশা উপদ্ৰৱ চলাই মুৰফুলনী অঞ্চলত । উজাগৰে থাকি স্থানীয় লোক সকলে হাতে হাতে বমা, ফটকা, জুই লৈ খেদিব লগা হয় হাতী । এনেদৰে এতিয়া দিনে নিশাই গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে হাতী মানুহৰ ভয়াবহ সংঘাত । মূলত হাতীৰ বসতি স্থলত হোৱা অবাধ বেদখলৰ, খাদ্য সংকটৰ ফলতে এনেদৰে ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে ।Body:Byte 1 : স্থানীয়লোকConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.