ETV Bharat / state

গোলাঘাটত মহাবীৰ জয়ন্তী উপলক্ষে শোভাযাত্ৰা - মহাবীৰ জয়ন্তী

গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত পাৰ্শ্বনাথ দিগম্বৰ জৈন মন্দিৰত মহাবীৰ জয়ন্তী উদযাপন

গোলাঘাটত মহাবীৰ জয়ন্তী উপলক্ষে শোভাযাত্ৰা
author img

By

Published : Apr 17, 2019, 2:20 PM IST

গোলাঘাট,17 এপ্ৰিলঃ ভাৰতবৰ্ষৰ অন্যতম এগৰাকী আধ্যাত্মিক গুৰু ভগৱান মহাবীৰৰ জন্মজয়ন্তী পালন কৰে গোলাঘাটৰ জৈন ধৰ্মাৱলম্বী লোকসকলে। 2618 সংখ্যক মহাবীৰ জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি বিভিন্ন পূজাৰ উপৰিও বুধবাৰে পুৱা এক ধৰ্মীয় শুভযাত্ৰাৰ আয়োজন কৰা হয়।

গোলাঘাটত মহাবীৰ জয়ন্তী উপলক্ষে শোভাযাত্ৰা

গুৰুজনাৰ বিভিন্ন আদৰ্শৰ লগতে অহিংসা পৰম ধৰ্মৰ বাণীৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে জৈন ধৰ্মাৱলম্বী লোকসকলে। পুৱা গোলাঘাট বিঅ'চি স্থিত শ্ৰী শান্তিনাথ দিগম্বৰ জৈন চেত্যালয়ৰ পৰা পাৰ্শ্বনাথ দিগম্বৰ জৈন মন্দিৰত সমাপ্ত হয় শুভযাত্ৰা।

Golaghat 17.04.2019
SLUG : GOLAGHAT MABIR JAYANTI
A_GLT_801_17APRIL_GOLAGHAT_MABIR_JAYANTI_VISUAL_BYTE_DIGANTA_SAHU
O.C. : গোলাঘাটত ২৬১৮ সংখ্যক মহাবীৰ জয়ন্তী উদযাপন। গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত পাৰ্শ্বনাথ দিগম্বৰ জৈন মন্দিৰত এই আয়োজন।
V.O. :  ভাৰতবৰ্ষৰ অন্যতম এগৰাকী আধ্যাত্মিক গুৰু ভগৱান মহাবীৰৰ জন্মজয়ন্তী পালন কৰে গোলাঘাটৰ জৈন ধৰ্মাৱলম্বী লোক সকলে। ২৬১৮ সংখ্যক মহাবীৰ জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি বিভিন্ন পুজা পাতৰ উপৰিও বুধবাৰে পুৱা এক ধৰ্মীয় শুভযাত্ৰা বাহিৰ কৰে। গুৰুজনাৰ বিভিন্ন আদৰ্শৰ লগতে অহিংসা পৰম ধৰ্মৰ বাণীৰে শুভ যাত্ৰা বাহিৰ কৰে জৈন ধৰ্মাৱলম্বী লোক সকলে। পুৱা গোলাঘাট বিঅ'চি স্থিত শ্ৰী শান্তিনাথ দিগম্বৰ জৈন চেত্যালয়ৰ পৰা শুভযাত্ৰা নগৰৰ মাজেৰে ওলাই পাৰ্শ্বনাথ দিগম্বৰ জৈন মন্দিৰত সমাপ্ত হয়। 
Byte : আয়োজক।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by ftp
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.