ETV Bharat / state

চাওৰা সমাজৰ প্ৰতিস্থাপক সভাপতি প্ৰয়াত দীননাথ চাওৰাৰ স্মৃতিচাৰণ সভা

শিল্পী পেঞ্চনাৰ তথা অসমৰ বৃহত্তৰ চাওৰা সমাজৰ প্ৰতিষ্ঠাপক সভাপতি আছিল প্ৰয়াত দীননাথ চাওৰা ৷ সমাজৰ হকে সদায় কাম কৰি যোৱা ব্যক্তিগৰাকীক আজি নিজ জন্মস্থান খুইটাইৰ বৰফলং চাহ বাগিছাত স্মৰণ কৰে নিজ গাঁওবাসীয়ে ৷

স্মৃতিচাৰণ সভা
author img

By

Published : Apr 28, 2019, 7:13 PM IST

খুমটাই, 28 এপ্ৰিলঃ অসমৰ বৃহত্তৰ চাওৰা সমাজৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত দীননাথ চাওৰাৰ এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায় ৷ খুমটাইৰ বৰফলং চাহ বাগিছাৰ নিজ জন্মস্থানত মহান ব্যক্তিগৰাকীৰ স্মৃতিত অনুষ্ঠিত হয় এই সভা ৷

স্মৃতিচাৰণ সভা

গোটেই অসমৰ চাওৰা সমাজৰ বহুসংখ্যক লোকে অংশগ্ৰহণ কৰা স্মৃতিচাৰণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰাক্তন সভাপতি জোন্তি খাউণ্ড ৷ সভাৰ লগত সংগতি ৰাখি এখনি স্মৃতিগ্ৰন্থৰ লগতে অসমৰ চাওৰা সমাজৰ ঘৰে ঘৰে সৰ্বমুঠ 2 লাখ গছপুলি ৰোপণৰ কথা প্ৰকাশ কৰে পৰিয়ালৰ লোকে ৷ আনহাতে বাগিছাখনৰ এটি পথ নাহৰ কৰিডৰ কৰাৰ কথাও প্ৰকাশ কৰে দীননাথ চাওৰাৰ পৰিয়ালৰ লোকে ৷

Intro:শিল্পী পেঞ্চনাৰ,অসমৰ ছাওৰা সমাজৰ প্ৰতিস্থাপক সভাপতি প্ৰয়াত দীন নাথ ছাওৰাৰ জন্মস্থলী বৰফলং ছাহ বাগিছাত তেখেতৰ আত্মৰ সৎ গতি কামনাৰে বিভিন্ন প্ৰান্তৰ লোকে স্মৃতি চাৰন অনুষ্ঠানত অংশগ্ৰহণ কৰে।Body:স্মৃতি চাৰন অনুস্থানৰ লগত সংগতি ৰাখি বৰফলংৰ বিভিন্ন ৰাজহুৱা স্থানত গছ পুলি ৰুপন কায্যসূচি আনুষ্ঠিত কৰে।অসমৰ ছাওৰা সমাজৰ প্ৰতি ঘৰে ঘৰে প্ৰায় ২ লাখ গছ পুলি ৰুপন কৰাৰ কথা তেওঁৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।এই অনুষ্ঠানত সদৌ অসম খুদ্ৰ ছাহ খেতিয়ক সন্থাৰ প্ৰক্তন সভাপতি জোন্তি খাউণ্ড বিশিস্থ অতিথি হিচাবে অংশগ্ৰহণ কৰে।Conclusion:Byte-স্থানীয় ব্যক্তি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.