ETV Bharat / state

বিধৱা মহিলাৰে প্ৰেম বিবাহ কৰি ৰঙাঘৰ পালেগৈ যুৱক - খুমটাই

খুমটাই গৰিয়াজান চাহ বাগিচাত এগৰাকী বিধবা মহিলাই ২৬ বছৰীয়া যুৱকৰ লগত বিবাহ পাশত আবদ্ধ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । যুৱকজনে প্ৰায় আঠদিন ধৰি মহিলাগৰাকীৰ ঘৰত আত্মগোপন কৰাক লৈ উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷

প্ৰেম কৰি কাৰাগাৰৰ আলহী হ'ল প্ৰেমিক
author img

By

Published : Jun 24, 2019, 2:44 PM IST

খুমটাই, 24 জুনঃ খুমটাই গৰিয়াজান চাহ বাগিচাত অৰাজক পৰিস্থিতি৷ এগৰাকী বিধবা মহিলাই এজন ২৬ বছৰীয়া যুৱকৰ লগত বিবাহ পাশত আবদ্ধ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । ফোনত চিনাকী হৈ আঠদিন ধৰি গৰিয়াজান চাহ বাগিচাৰ এটা বস্তিত এগৰাকী মহিলাৰ লগত আত্মগোপন কৰি আছিল ৰিতুল হুছেইন নামৰ যুৱকজনে ৷

প্ৰেম কৰি কাৰাগাৰৰ আলহী হ'ল প্ৰেমিক

ডিব্ৰুগড়ৰ পল্টন বজাৰৰ বুলি চিনাকি দিয়া ৰিতুল হুছেইন আৰু বিধবা মহিলাগৰাকী সোমবাৰে পৰিয়ালৰ অজ্ঞাতে এটা মন্দিৰত বিবাহপাশত আৱদ্ধ হয় । স্থানীয় ৰাইজ আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ যুৱকজনৰ ওপৰত সন্দেহ জন্মাত সোধাপোছা কৰাত যুৱকজনে প্ৰায় আঠদিন ধৰি মহিলাগৰাকীৰ ঘৰত আত্মগোপন কৰাৰ কথা স্বীকাৰ কৰে ৷ এই কথা জানিব পাৰি চাহ বাগিচাৰ লোক সকলৰ মাজত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় । অৱশেষত ঘটনা স্থলীত দেৰগাওঁ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে যুৱক জন আৰু মহিলা গৰাকীক কৰায়ত্ত কৰে । আনহাতে স্থানীয় ৰাইজে যুৱকজনৰ পৰা পৰিচয়ৰ নথি-পত্ৰ বিচৰাত একো প্ৰমাণ দেখুৱাব নোৱাৰাৰ বাবে যুৱকজনক বাংলাদেশী বুলিও সন্দেহ কৰিছে ।

আৰু পঢ়কঃ 21 বছৰীয়া গৰ্ভৱতী মহিলাক গুলীয়াই হত্যা

Intro:খুমটাই গৰিয়াজান চাহ বাগিচাত স্থানীয় ৰাইজৰ তৎপৰতাত এজন সন্দেহজনক বাংলাদেশীক আটক কৰে। Body:গৰিযাজানত এগৰাকী বিধবা মহিলাই এজন ২৬ বছৰিয়া অচিনাক্ত যুৱকৰ লগত ফোনত কথা পাতি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই অৱশেষত বিবাহ পাশত আবদ্ধ হোৱা ঘটনাই চানচৈল্যৰ সৃষ্টি কৰিছে। যুৱক জনে ৮দিন ধৰি এগৰাকী বিধবা মহিলাৰ লগত মহিলা গৰাকীৰ ঘৰত আত্মগোপন কৰি আছিল।মহিলা গৰাকীৰ নাম মৃদুলা ভূঞা।স্থানীয় ৰাইজ আৰু চাহ জনজাতি ছাত্র সন্থাৰ যুৱক জনৰ ওপৰত সন্দেহ জন্মাত সুধাপোছা কৰাত আচল ঘটনা পুহৰলৈ আহে।যুৱকজনৰ ঘৰ ডিব্ৰুগড়ৰৰ পলটন বজাৰত বুলি জনিবলৈ দিয়ে।তেওঁৰ নাম ৰিতুল হুছেইন,পৃতিৰ নাম আব্দুল হুছেইন মাতৃৰ নাম চপ্না ৰজিনা বেগম।স্থানীয় ৰাইজে যুৱক জনৰ পৰা পৰিচয়ৰ নথিপএ বিচৰাত একো প্ৰামান দেখুৱাব নোৱাৰাৰ বাবে স্থানীয় ৰাইজে এই যুৱক জন বাংলাদেশী বুলি সন্দেহ কৰিছে। উল্লেখ্য যে যোৱা সোমবাৰে তেওলোক দুয়ো পৰিয়ালৰ অজ্ঞাতে এটা মন্দিৰত বিবাহ পাষত আবদ্ধ হৈছে বুলি জনাই মহিলা গৰাকীয়ে।এই মহিলা গৰাকীৰ এটা পুএ সন্তানো আছে।ইতিমধ্যে এই ঘটনাটোৰ খবৰ বিয়পি পৰাৰ লগে লগে চাহ বাগিচাৰ লোক সকলৰ মাজত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। আৰু লগে লগে দেৰগাও আৰক্ষী লোক ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ধৃত যুবক জনক আৰু মহিলা গৰাকীক কৰায়ত্ত কৰে।
Conclusion:Byte-১/ চাহ জনজাতি ছাত্র সন্থাৰ বাদুলিপাৰ আঞ্চলিকৰ সম্পাদক।
২/স্থানীয় ৰাইজ।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.