খুমটাই,10 আগষ্টঃ খুমটাইৰ মেলামৰাৰ স্থানীয় প্ৰায় 30 গৰাকী বোৱাৰী আগবাঢ়ি আহি চিত্ৰলেখা বয়ন শিল্প নামেৰে আৰম্ভ কৰিছে উন্নত পদ্ধতিৰে কাপোৰ বোৱাৰ ব্যৱস্থা । বিধায়ক মৃণাল শইকীয়াৰ সম্পূৰ্ণ সহযোগিতাত জহি-খহি যোৱা তাঁত গৃহটি পুনৰ মেৰামতি কৰি মহিলা সকলে আৰম্ভ কৰিছে উৰামাকো তাতশালত কাপোৰ বোৱা । যি সময়ত একাংশ মহিলা, বোৱাৰী, যুৱতীসকলে হাতত মোবাইল লৈ সম্পূৰ্ণ দিন মোবাইলতেই ব্যস্ত হৈ থকাৰ সময়তে মেলামৰাৰ এই 30গৰাকী মহিলাৰ কৰ্ম নিদৰ্শনৰ যোগেদি স্বাৱলম্বীতা অৰ্জনৰ কৌশল নিশ্চিতভাৱে প্ৰশংসনীয় । স্থানীয় বিধায়ক গৰাকীৰ লগতে গোলাঘাট জিলাৰ হস্ততাত বস্ত্ৰ শিল্প বিভাগে সম্পূৰ্ণ সহযোগিতা প্ৰদান কৰিছে চিএলেখা বয়ন শিল্পৰ মহিলা সকলক । এই স্থানত আৰু ৩০ খন উন্নত তাতশাল প্ৰদান কৰি মহিলা সৱলীকৰণৰ আঁচনি অধিক ফলপ্ৰসু পৰিগণিত হ'ব বুলি মতপোষণ কৰে বিধায়ক মৃণাল শইকীয়াই ।
"চিত্ৰলেখ বয়ন শিল্প" বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত স্বাৱলম্বী 30 গৰাকী বোৱাৰী - Golaghat
খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত পুনৰ প্ৰাণপাই উঠিছে ৫০ বছৰীয়া ইতিহাস সমৃদ্ধ এটি বয়ন শিল্প ।
খুমটাই,10 আগষ্টঃ খুমটাইৰ মেলামৰাৰ স্থানীয় প্ৰায় 30 গৰাকী বোৱাৰী আগবাঢ়ি আহি চিত্ৰলেখা বয়ন শিল্প নামেৰে আৰম্ভ কৰিছে উন্নত পদ্ধতিৰে কাপোৰ বোৱাৰ ব্যৱস্থা । বিধায়ক মৃণাল শইকীয়াৰ সম্পূৰ্ণ সহযোগিতাত জহি-খহি যোৱা তাঁত গৃহটি পুনৰ মেৰামতি কৰি মহিলা সকলে আৰম্ভ কৰিছে উৰামাকো তাতশালত কাপোৰ বোৱা । যি সময়ত একাংশ মহিলা, বোৱাৰী, যুৱতীসকলে হাতত মোবাইল লৈ সম্পূৰ্ণ দিন মোবাইলতেই ব্যস্ত হৈ থকাৰ সময়তে মেলামৰাৰ এই 30গৰাকী মহিলাৰ কৰ্ম নিদৰ্শনৰ যোগেদি স্বাৱলম্বীতা অৰ্জনৰ কৌশল নিশ্চিতভাৱে প্ৰশংসনীয় । স্থানীয় বিধায়ক গৰাকীৰ লগতে গোলাঘাট জিলাৰ হস্ততাত বস্ত্ৰ শিল্প বিভাগে সম্পূৰ্ণ সহযোগিতা প্ৰদান কৰিছে চিএলেখা বয়ন শিল্পৰ মহিলা সকলক । এই স্থানত আৰু ৩০ খন উন্নত তাতশাল প্ৰদান কৰি মহিলা সৱলীকৰণৰ আঁচনি অধিক ফলপ্ৰসু পৰিগণিত হ'ব বুলি মতপোষণ কৰে বিধায়ক মৃণাল শইকীয়াই ।
ইকীয়াৰ উদ্যোগত পুনৰ প্ৰানপাই উঠিছে ৫০ বছৰীয়া ইতিহাস সমৃদ্ধ এটি বয়ন শিল্প।Body:খুমটাইৰ মেলামৰাৰ স্থানীয় প্ৰায় ৩০গৰাকী বোৱাৰী আগবাঢ়ি আহি চিএলেখা বয়ন শিল্প নামেৰে আৰম্ভ কৰিছে উন্নত পদ্ধতিৰে কাপোৰ বোৱাৰ বেৱস্থা।বিধায়ক মৃনাল শইকীয়াৰ সম্পূৰ্ণ সহযোগিতাত জহিখহী যোৱা গৃহতি পুনৰ মেৰামতি কৰি মহিলা সকলে আৰম্ভ কৰিছে উৰামাকো তাতশালত কাপোৰ বোৱা।যি সময়ত একাংশ মহিলা, বোৱাৰী, যোৱতী সকলে হাতত মোবাইল লৈ সম্পূৰ্ণ দিন মোবাইলতেই ব্যস্ত হৈ থকাৰ সময়তে মেলামৰাৰ এই৩০গৰাকী মহিলা ব্যস্ত গামোচা, চাদৰ,মেখেলা বোৱাত। স্থানীয় বিধায়ক গৰাকীৰ লগতে গোলাঘাট জিলাৰ হস্ততাত বস্ত্ৰ শিল্প বিভাগে সম্পূৰ্ণ সহযোগিতা প্ৰদান কৰিছে চিএলেখা বয়ন শিল্পৰ মহিলা সকলক। এই মহিলাসকলে উৎপাদন কৰা কাপোৰ সমূহ বিক্ৰিৰ দ্বায়িত্ব বিভাগতোৱে গ্ৰহন কৰিছে। এই স্থানত আৰু ৩০ খন উন্নত তাতশাল প্ৰদান কৰি মহিলা সাৱলীকৰনৰ আচনী অধিক ফলপ্ৰসু কৰিব বিধায়ক মৃনাল শইকীয়াই।Conclusion:Byte- 1/বিধায়ক মৃনাল শইকীয়া।
2/স্থানীয় শিপিনী।
খুমটাইৰ পৰা দিপক হাজৰিকা।