ETV Bharat / state

বিধায়ক মৃণাল শইকীয়াই সাজি উলিয়ালে কোৱাৰেণ্টাইন চেণ্টাৰ - Khumtai MLA Mrinal saikia made a quarantien centre

বহিঃ ৰাজ্যৰ পৰা ঘৰমুৱা হোৱা প্ৰায় 2000 যুৱক যুৱতীৰ বাবে বিধায়কগৰাকীয়ে সাজি উলিয়াইছে এই কোৱাৰেণ্টাইন গৃহটো। ইতিমধ্যে গোলাঘাট জিলালৈ ৰে'ল আৰু বাছ যোগে বহিঃৰাজ্যৰ পৰা আগমন হৈছে লক্​ ডাউনত আবদ্ধ হৈ থকা লোকসকলৰ ৷

Khumtai MLA Mrinal saikia made a quarantien centre
খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ ব‍্যতিক্ৰমী প্ৰয়াস
author img

By

Published : May 14, 2020, 9:03 PM IST

খুমটাই, 14 মে' : খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ ব‍্যতিক্ৰমী প্ৰয়াস । ব্যক্তিগত প্ৰচেষ্টাৰে খুমটাই সমষ্টিত সাজি উলিয়াইছে এটা কোৱাৰেণ্টাইন গৃহ । বহিঃ ৰাজ্যৰ পৰা ঘৰমুৱা হোৱা প্ৰায় 2000 যুৱক যুৱতীৰ বাবে বিধায়কগৰাকীয়ে সাজি উলিয়াইছে এই কোৱাৰেণ্টাইন গৃহটো । ইতিমধ্যে গোলাঘাট জিলালৈ ৰে'ল আৰু বাছ যোগে বহিঃৰাজ্যৰ পৰা আগমন হৈছে লক্​ ডাউনত আবদ্ধ হৈ থকা লোকসকলৰ ৷

Khumtai MLA Mrinal saikia made a quarantien centre
খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ ব‍্যতিক্ৰমী প্ৰয়াস

লগতে পঢ়ক : কৰ'ণামুক্ত জুবিন গাৰ্গ সহ চাৰিজনীয়া দলটো

সেয়ে ঘৰমুৱা যুৱক যুৱতীক আছুতীয়াকৈ ৰাখিবলৈ বিধায়ক মৃণাল শইকীয়াই নিজৰ কাৰ্যালয়ৰ সন্মুখত কোৱাৰেণ্টাইন গৃহ সাজি উলিয়াইছে। বহিঃৰাজ্যৰ পৰা অহা সমষ্টিৰ যুৱক যুৱতীক ঘৰত কোৱাৰেণ্টাইন কৰাত অসুবিধা হ'লে বিধায়কগৰাকীয়ে সাজি উলিওৱা কোৱাৰেণ্টাইন গৃহতে থাকিব পাৰিব বুলি অৱগত কৰে । বিধায়কগৰাকীৰ এনে কার্যক শলাগ লৈছে সমষ্টিবাসীয়ে ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.