ETV Bharat / state

16 মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা দৰ্শন - বোকাখা

বানপানীৰ সমস্যা, বিধ্বস্ত ৰাস্তা আদি সমস্যাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হয়

16 মে’ত বন্ধ হব পয্যটকৰ বাবে কাজিৰঙা দৰ্শন
author img

By

Published : May 11, 2019, 9:58 PM IST

বোকাখাত, 11 মে’: বন্ধ হব দৰ্শনাৰ্থীৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । শনিবাৰে বোকাখাত স্থিত আঞ্চলিক বন বিষয়াৰ দ্বাৰা স্বাক্ষৰিত এক জাননী যোগে এই কথা অৱগত কৰা হয় । সেই অনুসৰি অহা 16 মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পয্যটকৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । বানপানী সমস্যা, অনুপযোগী ৰাস্তা আদি সমস্যাৰ বাবে এই পদক্ষেপ লোৱা হয় । যোৱাতো বৰ্ষৰ তুলনাত এই বৰ্ষত পয্যটকৰ সংখ্যা আৰু ৰাজহৰ পৰিমাণ হ্ৰাস পোৱা বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে প্ৰকাশ কৰে ।

লগতে পঢ়ক: চিকিৎসক নাই !! ধেমাজি অসামৰিক চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ

উল্লেখ্যযে, যোৱা এক মে’ৰ পৰা এলিফেণ্ট চাফাৰী সম্পূৰ্ণ বন্ধ কৰা হৈছিল যদিও জিপ চাফাৰী যোগে পয্যটক সকলৰ বাবে কাজিৰঙা দৰ্শন অব্যাহত আছিল ।

Intro:ষোল্ল মেত বন্ধ হব পয্যটকৰ বাবে কাজিৰঙা দৰ্শনBody:বোকাখাত, 11/05/2019
বন্ধ হব দৰ্শনাৰ্থীৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। শনিবাৰে বোকাখাত স্থিত আঞ্চলিক বন বিষয়াৰ দ্বাৰা স্বাক্ষৰিত এক জাননী যোগে এই কথা অৱগত কৰা হয়। সেই অনুসৰি অহা 16 মেৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পয্যটকৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। বানপানী সমস্যা, অনুপযোগী ৰাস্তা আদি সমস্যাৰ বাবে এই পদক্ষেপ লোৱা হয়। যোৱাতো বৰ্ষৰ তুলনাত এই বৰ্ষত পয্যটকৰ সংখ্যা আৰু ৰাজহৰ পৰিমাণ হ্ৰাস পোৱা বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে প্ৰকাশ কৰে। উল্লেখ্য যে যোৱা এক মে ৰ পৰা এলিফেণ্ট চাফাৰী সম্পূৰ্ণ বন্ধ কৰা হৈছিল যদিও জিপ চাফাৰী যোগে পয্যটক সকলৰ বাবে কাজিৰঙা দৰ্শন অব্যাহত আছিল।Conclusion:Byte: Director, KAZIRANGA NATIONAL Park
শ্ৰীমন্ত বৰাৰ ৰিপৰ্ট
ETV BHARAT, BOKAKHAT
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.