ETV Bharat / state

কাজিৰঙাত পহু মাংসসহ আটক চাৰিজন

author img

By

Published : Jul 16, 2019, 11:16 PM IST

ৰাজ্যত বানে ক্ৰমে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰাৰ সময়তে কিছু সংখ্যক লোক ব্যস্ত আছে অসহায় জীৱ হত্যা কৰি মাংস বিক্ৰী কৰাত৷

কাজিৰঙাত পহু মাংসসহ আটক চাৰিজন

বোকাখাট,16 জুলাই: মংগলবাৰে কাজিৰঙাৰ পানবাৰী সংৰক্ষিত বনাঞ্চলৰ পহৰা চকীত এনেদৰে অবৈধ পহু মাংস সহিতে আৰক্ষীয়ে আটক কৰে চাৰি জনকৈ লোকক৷ অৰূপ ৰৌতিয়া আৰু লোহিত বৰা নামৰ দুজন লোকে স্কুটীত প্ৰায় 10 কেজি পহু মাংস কঢ়িয়াই অনাৰ অৱস্থাত আটক কৰে লোক দুজনক৷ আটক হোৱা লোক দুজনৰ ঘৰ বোকাখাতৰ গড়মূৰত৷ লোক দুজনৰ লগতে পহু মাংস কঢ়িয়াই অনা স্কুটী খনো জব্দ কৰে আৰক্ষীয়ে৷ জব্দ কৰা স্কুটীখনৰ নম্বৰ AS 05 K 8372 ৷

কাজিৰঙাত পহু মাংসসহ আটক চাৰিজন

আৰক্ষীৰ সন্মুখত লোক দুজনে কাজিৰঙাৰ গেলেকীৰ হৰি প্ৰসাদ ৰাজপুত নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা পহু মাংস অনা বুলি স্বীকাৰ কৰিছে৷ হৰি প্ৰসাদ ৰাজপুত আৰু হৰি প্ৰসাদৰ পুত্ৰ নিৰ্মল ৰাজপুতকো পৰৱৰ্তী সময়ত পহু মাংসৰ সৈতে আটক কৰে বোকাখাট আৰক্ষীয়ে।

Intro:Body:কাজিৰঙাৰ পানবাৰী সংৰক্ষিত বনাঞ্চলৰ পহৰা চকীত পহু মাংসসহ ৪ জনক আটক। স্কুটীত প্ৰায় ১০ কেজি পহু মাংস কঢ়িয়াই অনা অৱস্থাত অৰূপ ৰৌতিয়া আৰু লোহিত বৰা নামৰ দুজনক আটক৷ দুয়োৰে ঘৰ বোকাখাত গড়মূৰত৷ পহু মাংস কঢ়িয়া অনা স্কুটী খনো জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা স্কুটীখনৰ নম্বৰ AS 05 K 8372 ৷ কাজিৰঙাৰ গেলেকীৰ হৰি প্ৰসাদ ৰাজপুত নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা পহু মাংস অনা বুলি স্বীকাৰ কৰিছে দুয়োৱে ৷ হৰি প্ৰসাদ ৰাজপুত আৰু হৰি প্ৰসাদৰ পুত্ৰ নিৰ্মল ৰাজপুতকো পৰৱৰ্তী সময়ত পহু মাংসৰ সৈতে আটক কৰে বোকাখাট আৰক্ষীয়ে।Conclusion:Byte 1: SDPO
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.