ETV Bharat / state

370 অনুচ্ছেদ বাতিলৰ সিদ্ধান্তক আদৰণি জিন্টু গগৈৰ পৰিয়ালৰ - 370 অনুচ্ছেদ

জম্মু কাশ্মীৰৰ বহু উন্নতি হ’ব বুলি আশাবাদী শ্বহীদৰ পৰিয়ালটো । আক্ৰমণ কৰিবলৈ সাহস কৰিব নোৱাৰিব পাকিস্তানীয়ে ৷

370 অনুচ্ছেদ বাতিলৰ সিদ্ধান্তক আদৰণি জিন্টু গগৈৰ পৰিয়ালৰ
author img

By

Published : Aug 5, 2019, 7:15 PM IST

গোলাঘাট, 5 আগষ্ট : 370 অনুচ্ছেদ বাতিলৰ সিদ্ধান্তক আদৰণি কাৰ্গিল শ্বহীদ জিণ্টু গগৈৰ পৰিয়ালৰ । এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে এই ঐতিহাসিক সিদ্ধান্তত আজি তেওঁলোক সুখী বুলি কয় । কাৰ্গিল শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ পিতৃ ঠগিৰাম গগৈ আৰু মাতৃ দুলু প্ৰভা গগৈয়ে এইটো দেশৰ বাবে এটা ভাল খবৰ বুলি উল্লেখ কৰে । লাডাখক বেলেগ কৰি দিয়াৰ ফলত বহু উন্নয়ন কৰিব পাৰিব, পঢ়া শুনাকে ধৰি সকলোতে আগবাঢ়িব পাৰিব বুলি কয় জিণ্টু গগৈৰ পিতৃ ঠগিৰাম গগৈয়ে । এতিয়া পাকিস্তানীয়ে সেই অঞ্চলত আক্ৰমণ কৰিবলৈ সাহস কৰিব নোৱাৰিব বুলি বিশ্বাস । ভাৰতৰ ভিতৰতে থাকি ভাৰতৰ মানুহক আক্ৰমণ কৰি আহিছিল । এতিয়া সেই সাহস নাথাকিব আৰু জম্মু কাশ্মীৰৰ বহু উন্নতি হ’ব বুলি আশাবাদী শ্বহীদৰ পৰিয়ালটো ।

Intro:Body:৩৭০ অনুচ্ছেদ বাতিলৰ সিদ্ধান্তক আদৰণি কাৰ্গিল শ্বহীদ জিণ্টু গগৈৰ পৰিয়াল। এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে এই ঐতিহাসিক সিদ্ধান্তত আজি তেওঁলোক সুখী বুলি কয়। কাৰ্গিল শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ পিতৃ ঠগিৰাম গগৈ আৰু মাতৃ দুলু প্ৰভা গগৈয়ে জনাই এইটো দেশৰ বাবে এটা বৰ ভাল খবৰ। লাডাখক বেলেগ কৰি দিয়াৰ ফলত বহু উন্নয়ন কৰিব পাৰিব, পঢ়া শুনাকে ধৰি সকলোতে আগবাঢ়িব পাৰিব। এতিয়া পাকিস্তানীয়ে সেই অঞ্চলত আক্ৰমণ কৰিবলৈ সাহস কৰিব নোৱাৰিব বুলি বিশ্বাস। ভাৰতৰ ভিতৰতে থাকি ভাৰতৰ মানুহক আক্ৰমণ কৰি আহিছিল। এতিয়া সেই সাহস নেথাকিব আৰু জম্মু কাশ্মীৰৰ বহু উন্নতি হব বুলি আশাবাদী শ্বহীদ পৰিয়ালটো।Conclusion:Byte_1_পিতৃ
Byte_2_মাতৃ
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.