ETV Bharat / state

গোলাঘাটত খাদ্য-অসামৰিক যোগান বিভাগৰ অভিযান

গোলাঘাটৰ কানাইঘাটত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযানত জব্দ ৪০ টাকৈ চিলিণ্ডাৰ । অবৈধভাৱে চিলিণ্ডাৰৰ ব্য়ৱসায় চলোৱাৰ অভিযোগত ব্য়ৱসায়ীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বিভাগটোৱে ।

author img

By

Published : Feb 12, 2021, 2:21 PM IST

গোলাঘাটত খাদ্য-অসামৰিক যোগান বিভাগৰ অভিযান
গোলাঘাটত খাদ্য-অসামৰিক যোগান বিভাগৰ অভিযান

গোলাঘাট,১২ ফেব্ৰুৱাৰী: চিলিণ্ডাৰৰ অবৈধ ব্য়ৱসায়ৰ বিৰুদ্ধে গোলাঘাটত খাদ্য় আৰু অসামৰিক যোগান বিভাগে এক অভিযান চলায় । এই অভিযানত নুমলীগড়ৰ সমীপৰ কানাইঘাটৰ পৰা বিভাগটোৱে ৪০ টা অবৈধভাৱে মজুত কৰি ৰখা চিলিণ্ডাৰ জব্দ কৰে ।

কানাইঘাটৰ পৰেশ আগৰৱালা নামৰ এগৰাকী ব্য়ৱসায়ীৰ প্ৰতিষ্ঠানৰ পৰা উদ্ধাৰ কৰে এই চিলিণ্ডাৰসমূহ । ব্য়ৱসায়ীজনৰ বংকটীয়া এগ্ৰ' চাৰ্ভিছ নামৰ প্ৰতিষ্ঠানটোৰ গুদামৰ পৰা উদ্ধাৰ কৰা এই চিলিণ্ডাৰসমূহৰ ভিতৰত ৩৩ টা এইছপিৰ ঘৰুৱা ব্য়ৱহৃত চিলিণ্ডাৰ আৰু ৭ টা বিচিপিএলৰ চিলিণ্ডাৰ জব্দ কৰে খাদ্য় আৰু অসামৰিক যোগান বিভাগে ।

চিলিণ্ডাৰৰ কলা বজাৰ চলাই যোৱাৰ অভিযোগত ইতিমধ্য়ে ব্য়ৱসায়ীগৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে গোলাঘাটৰ খাদ্য় আৰু অসামৰিক যোগান বিভাগে ।

লগতে পঢ়ক:গোলাঘাটত পিষ্টলসহ চাৰি যুৱকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.