ETV Bharat / state

চৰণীয়া পথাৰলৈ পৰ্যবসিত খুমটাই প্ৰমোদ কানন উদ্যান

আজি পৰ্যন্ত ৰাইজৰ বাবে মুকলি হোৱা নাই খুমটাই সুগন্ধি বন ঔষধ বনানীকৰণ আৰু প্ৰমোদ কানন উদ্যান৷ ২০১১ বৰ্ষতেই এনৰেগা আঁচনিৰ অধীনত সেই সময়ৰ অসম চৰকাৰৰ গড়কপ্তানি বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মুকলি কৰিছিল এই উদ্যান খন৷ প্ৰায় ১০ বিঘা মাটিত কেইবা লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই উদ্যানখন

চৰণীয়া পথাৰলৈ পৰ্যবসিত খুমটাই প্ৰমোদ কানন উদ্যান
author img

By

Published : Sep 7, 2019, 1:10 PM IST

খুমটাই, 7 ছেপ্তেম্বৰঃ খুমটাইৰ সুগন্ধি বন ঔষধ বনানীকৰণ আৰু প্ৰমোদ কানন উদ্যানখন আজি পৰ্যন্ত ৰাইজৰ বাবে মুকলি কৰা হোৱা নাই৷ ২০১১ বৰ্ষতেই এনৰেগা আঁচনিৰ অধীনত সেই সময়ৰ অসম চৰকাৰৰ গড়কপ্তানি বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মুকলি কৰিছিল এই উদ্যান খন৷ প্ৰায় ১০ বিঘা মাটিত কেইবা লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই উদ্যানখন ৷ বহু প্ৰকাৰৰ ফলমূলৰ গছ,বহু উন্নত মানৰ বনৌষধি গছকে ধৰি শিশু সকলৰ মানসিক উৎকৰ্ষৰ বাবে অত্যাধুনিক খেলা ধূলাৰ সামগ্ৰী স্থাপন কৰা হৈছিল উদ্যানখনত ৷ কিন্তু আজি পৰ্যন্ত মূল দুৱাৰ খোল নোখোৱা উদ্যান খন ইতিমধ্যে হাবি জংঘলেৰে ভৰি পৰিছে ৷

আজি পৰ্য্যন্ত ৰাইজৰ বাবে মুকলি হোৱা নাই খুমটাই সুগন্ধি বন ঔষধ বনানীকৰণ আৰু প্ৰমোদ কানন উদ্যান

ছাত্র ছাত্ৰী সকলৰ বাবে স্থাপন কৰা খেলৰ সামগ্ৰী সমূহো নষ্ট হৈ যাব ধৰিছে৷ বৰ্তমান গৰু ছাগলীৰ বিচৰণ স্থলীলৈ পৰিণত হোৱা উদ্যানখন অতি কম সময়ৰ ভিতৰত মেৰামতি কৰি বিভাগীয় বিষয়াক ৰাইজৰ বাবে মুকলি কৰিবলৈ অনুৰোধ জনায় স্থানীয় ৰাইজে৷

Intro:২০১১ বৰ্ষতেই শুভ উদ্বোধন কৰা এনৰেগা আচনীৰ অধিনত নিৰ্মাণ কৰা সুগন্ধি বন ঔষধ বনানীকৰণ আৰু প্ৰমোদ কানন উদ্যান খন আজি প্ৰয্যন্ত ৰাইজৰ বাবে মুকলি নদিলে সংশ্লিষ্ট বিভাগে।Body:২০১১ বৰ্ষৰ আচনীৰ অধিনত সেই সময়ৰ অসম চৰকাৰৰ গৰকপ্তানী বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মুকলি কৰিছিল এই উদ্যান খন। প্ৰায় ১০ বিঘা মাটিত কেইবা লাখ টকাৰ ব্যয় সাপেক্ষে বহু প্ৰকাৰৰ ফলমূলৰ গছ,বহু উন্নত মানৰ বনৌষধি গছকে ধৰি শিশু সকলৰ মানসিক উৎকৰ্ষৰ বাবে অত্যাধুনিক খেলা ধুলাৰ সামগ্ৰী স্থাপন কৰিছিল উক্ত স্থানত। কিন্তু লক্ষ্যনীয় কথাটো হল যে উদ্ধোধনৰ দিনাৰ পৰাই আজি পয্যন্ত মূল দুৱাৰ খুল নাখালে। ইতিমধ্যে সমগ্র উদ্যান খনতে হাবি জংঘলে ভৰি পৰিছে। ছাত্র ছাত্ৰী সকলৰ বাবে স্থাপন কৰা খেলৰ সামগ্ৰী সমূহো নষ্ট হৈ যাব ধৰিছে। বৰ্তমানে উক্ত স্থানত গৰু ছাগলীৰ বিচৰণ স্থলীলৈ পৰিণত হৈছে।
স্থানীয় সচেতন ৰাইজে এই উদ্যান খন কমসময়ৰ ভিতৰত বিভাগীয় বিষয়াক গুৰুত্ব প্ৰদান কৰি ৰাইজৰ বাবে মুকলি কৰিবলৈ অনুৰোধ জনায়।Conclusion:Byte 1/ স্থানীয় সচেতন ব্যক্তি।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.