ETV Bharat / state

কমাৰগাঁও আৰক্ষীৰ জালত চোৰৰ দল - কমাৰগাঁও আৰক্ষীয়ে হাতত আটক চুৰি সামগ্ৰীসহ এটা চোৰৰ দল

কমাৰগাঁও আৰক্ষীয়ে হাতত আটক চুৰি সামগ্ৰীসহ এটা চোৰৰ দল

কমাৰগাঁও আৰক্ষীৰ জালত চোৰৰ দল
author img

By

Published : Sep 10, 2019, 5:24 PM IST

গোলাঘাট,10 ছেপ্তেম্বৰ : গোলাঘাট কমাৰগাওঁ আৰক্ষীৰ জালত এটা চোৰৰ দল । জব্দ কৰে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী। আৰক্ষীয়ে আটক কৰে এগৰাকী মহিলা চোৰসহ তিনিটা চোৰৰ দল ৷ আটক হোৱা চোৰ কেইটাৰ নাম ৰিকী দাস,গুদু দাস,চাৰুণ আলি আৰু মেঘালী দাস। চোৰৰ দলটোৱে দুমাহ পূৰ্বে খুমটাইৰ বনগাঁও অঞ্চলৰ নামঘৰৰ লগতে কেইবাটাও নামঘৰত চুৰি কাণ্ড সংঘটিত কৰিছিল। সেই গোচৰৰ আলমতে কমাৰগাঁও আৰু খুমটাই আৰক্ষীয়ে অভিযান চলায় কাঁহৰ বাচন বৰ্তন আৰু পানীৰ মটৰকে ধৰি বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে ।

Intro:গোলাঘাট কমাৰগাওঁ আৰক্ষী ৰ জালত চুৰৰ গেং । বৃহৎ চোৰাং সামগ্ৰী সহ আটক মহিলা । গোলাঘাট ৰ কমাৰগাঁও আৰক্ষীৰ জালত মহিলা সহ এটা চোৰৰ দল । চুৰ কেইটাৰ নাম ৰিকী দাস, গুদু দাস , চাৰুণ আলি আৰু মেঘালী দাস । চুৰ কেইটাৰ পৰা বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ । চোৰৰ দলটোৱে দুমাহ পূৰ্বে খুমটাইৰ বনগাঁও অঞ্চলৰ এটা নামঘৰত আৰু কেইবাটাও নামঘৰত চুৰি কাণ্ড সংঘটিত কৰিছিল ।সেই গোচৰৰ আলমতে কমাৰগাঁও আৰু খুমটাই আৰক্ষীয়ে অভিযান চলায় কাঁহ ৰ বাচন বৰ্তন আৰু পানীৰ মটৰকে ধৰি বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে । ইফালে চুৰ দলটোৱে দীৰ্ঘদিনে কমাৰগাঁও ৰ বিভিন্ন অঞ্চলত ত্ৰাস ৰ সৃষ্টি কৰি আহিছিল । আৰক্ষী ৰ এই বৃহৎ সফলতাৰ বাবে এতিয়া স্বতিৰ নিশ্বাস পেলাইছে সমগ্ৰ অঞ্চলবাসীয়ে ।Body:Byte 1 : আৰক্ষী
Byte 2 : চুৰConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.