ETV Bharat / state

গোলাঘাটত দিন দুপৰতে ডকাইতি - GOLAGHAT HINDI SCHOOL

গাড়ী ৰখাই ডকাইতে কাঢ়ি নিলে কুকুৰা সহ নগদ ধন ৷ এতিয়াও পলাতক ডকাইত পাপুলী আলী

গোলাঘাটত দিন দুপৰতে ডকাইতি
author img

By

Published : Jul 13, 2019, 6:57 PM IST

গোলাঘাট, 13 জুলাইঃ গোলাঘাট হিন্দী স্কুল ৰোডত শনিবাৰে সংঘটিত হয় দিন ডকাইতিৰ ঘটনা। এখন বলেৰ পিক আপ ভানৰ চালক,কৰ্মচাৰী আৰু শ্ৰমিকক মাৰপিট কৰি ধন কাঢ়ি লোৱাৰ লগতে গাড়ী খনৰ প্ৰায় ৪০০ টা ব্ৰয়লাৰ মুৰ্গী কাঢ়ি লয় এটা ডকাইতে । ডকাইতটো পাপুলী আলী বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ আনহাতে আৰক্ষীয়ে ডকাইতটোৱে কাঢ়ি নিয়া প্ৰায় ২৫০টা ব্ৰয়লাৰ মুৰ্গী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ AS-05C-4967 নম্বৰৰ এখন বলেৰ' পিক আপ ভানেৰে গমাৰিগুৰিৰ পৰা কঢ়িয়াই আনিছিল প্ৰায় ৪০০ টা ব্ৰয়লাৰ মুৰ্গী ৷

গোলাঘাটত দিন দুপৰতে ডকাইতি
গোলাঘাট নগৰৰ হিন্দী স্কুল ৰোডত পূৰ্বৰে পৰা ৰৈ থকা ডকাইত পাপুলী আলীয়ে গাড়ী ৰখাই চালক জিতুল শইকীয়া,শ্ৰমিক খগেন বৰা আৰু জান বৰাক যধে মধে মাৰ পিট কৰিবলৈ ধৰে ৷ কেৱল মাৰপিটেই নহয় এজনৰ পেন্টৰ পকেটৰ পৰা প্ৰায় ১৫০০ টকাও কাঢ়ি লয় পাপুলী আলীয়ে । পিছত আৰক্ষীয়ে এটা গৃহৰ পৰা প্ৰায় ২৫০ টা ব্ৰয়লাৰ মুৰ্গী উদ্ধাৰ কৰে যদিও বাকী সমূহ ব্ৰয়লাৰ মুৰ্গী এতিয়াও উদ্ধাৰ কৰিব পৰা নাই ।

Intro: গোলাঘাটত দিন ডকাইতিৰ ঘটনা । গোলাঘাট হিন্দী স্কুল ৰোডত সংঘটিত হয় এই দিন ডকাইতিৰ ঘটনা । এখন বলেৰ পিক আপ ভানৰ চালক ,কৰ্মচাৰী আৰু শ্ৰমিকক মাৰ পিট কৰি গুৰুতৰ ভাৱে আহত কৰি ধন কাঢ়ি লোৱাৰ লগতে গাড়ী খনৰ প্ৰায় ৪০০ টা ব্ৰয়লাৰ মুৰ্গী কাঢ়ি লয় এটা ডকাইতে । ডকাইতটোক জনৈক পাপুলী বুলি চিনাক্ত । আৰক্ষীয়ে উদ্ধাৰ কৰে মুৰ্গী প্ৰায় ২৫০ মুৰ্গী ।
Body:গোলাঘাটৰ হিন্দী স্কুল ৰোডত দিন ডকাইটিৰ ঘটনা । AS_05_C_4967 নম্বৰৰ এখন বলেৰ পিক আপ ভানত গমাৰিগুৰিৰ পৰা কঢ়িয়াই আনিছিল প্ৰায় ৪০০ টা মুৰ্গী । নগৰৰ হিন্দী স্কুল ৰোডত গাড়ী ৰখাই চালক জিতুল শইকীয়া ,শ্ৰমিক খগেন বৰা আৰু জান বৰা যধে মধে মাৰ পিট কৰিব ধৰে জনৈক পাপুলী আলিয়ে । তিনিওকে মৰিয়াই আহত কৰি গাড়ী খনৰ ওচৰৰ পৰা খেদি লৈ মুৰ্গী সমূহ নমাই দিয়ে । ইয়াৰে এজনৰ পেন্টৰ পকেটৰ পৰা প্ৰায় ১৫০০ টকা কাঢ়ি লয় । পিছত আৰক্ষীয়ে এটা গৃহৰ পৰা প্ৰায় ২৫০ টা মুৰ্গী উদ্ধাৰ কৰে যদিও বাকী সমূহ মুৰ্গী উদ্ধাৰ কৰিব পৰা নাই । ইফালে ঘটনা সংঘটিত কৰিয়েই ডকাইত পাপুলী আলি পলায়ন কৰে । ঘটনাটোৱে নগৰ খনত চাঞ্চল্যৰ সৃষ্টি কৰে ।

Conclusion:Byte_1_গাড়ীৰ মালিক
Byte_2_গাড়ীৰ চালক
Byte_3_স্থানীয় ব্যক্তি

গোলাঘাট।সমষ্টিৰ পৰা চামিম আলী , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.