ETV Bharat / state

হস্তী মানৱৰ এখন ভয়ানক যুঁজ !

author img

By

Published : Dec 30, 2019, 4:00 PM IST

হাতীৰ জাকটোক খেদি পঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে স্থানীয় লোকসকলে । কিন্তু বাৰে বাৰে বিফল হৈছে কাৰণ হাতীৰ জাকটোক যিমানেই খেদিছে হাতীৰ জাকটোৱেও উভতি ধৰি খেদিছে মানুহক । তাতেই সৃষ্টি হৈছে এখন ভয়াবহ যুজঁ ।

হস্তী মানৱৰ এখন ভয়ানক যুঁজ !
হস্তী মানৱৰ এখন ভয়ানক যুঁজ !

গোলাঘাট, 30 ডিচেম্বৰঃ গোলাঘাট লেটেকুজান চাহ বাগিচাৰ হাতী মানুহৰ ভয়াৱহ যুজঁ । অলপ ইফাল সিফাল হ'লেই যেন সংঘটিত হ'ব ভয়ানক অঘটন । সমগ্ৰ দৃশ্য গোলাঘাট লেটেকুজান চাহ বাগিচাৰ । গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত । বিগত কেবাদিনো ধৰি এটা পোৱালিসহ বৃহৎ বন্যহস্তী জাকে অৱস্থান কৰি আছে চাহ বাগিচা খনত । ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ বাগিচাখনত । হাতীৰ জাকটোক খেদি পঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে স্থানীয় লোকসকলে । কিন্তু বাৰে বাৰে বিফল হৈছে কাৰণ হাতীৰ জাকটোক যিমানেই খেদিছে হাতীৰ জাকটোৱেও উভতি ধৰি খেদিছে মানুহক । তাতেই সৃষ্টি হৈছে এখন ভয়াৱহ যুঁজৰ ।

হস্তী মানৱৰ এখন ভয়ানক যুঁজ !

উল্লেখ্য যে, হাতীৰ জাকটোৰ ভয়ত বাগিচা খনত কাম কৰিবলৈ ভয় কৰা হৈছে শ্ৰমিকসকলে । এনেদৰে এতিয়া অব্যাহত আছে জীৱন মৰণৰ যুঁজ । এফালে খাদ্য আৰু বাসস্থানৰ অভাৱত পৰা হাতীৰ জাক আনফালে নিজৰ ঘৰ, খেতি পথাৰখন বচাবলৈ চেষ্টা কৰি থকা অসহায় জনতা । এইয়া যেন এতিয়া নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে গোলাঘাটত । কিন্তু ইমানৰ পিচতো হাতীৰ জাকটোক আঁতৰাই পঠিয়াবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে ৷

লগতে পঢ়ক: কাম চৰাইয়ে শোভাবৰ্ধন কৰিলে গেলা-দিচাং কদমনি বিল

Intro:গোলাঘাট লেটেকুজান চাহ বাগিচাৰ হাতী মানুহৰ ভয়াবহ যুজঁ । অলপ ইফাল সিফাল হলেই সংঘটিত হব ভয়ানক অঘটন ।
হয় এখন ভয়াবহ যুজঁ হাতী আৰু মানুহৰ ।অলপ ইফাল সিফাল হলেই সংঘটিত হব ভয়ানক অঘটন । এই দৃশ্য গোলাঘাট লেটেকুজান চাহ বাগিচাৰ । গোলাঘাট ত অব্যাহত আছে হাতী মানুহৰ সংঘাত । আজি কেইবাদিনো ধৰিএটা পোৱালি সহ বৃহৎ বন্যহস্তী জাকে অৱস্থান কৰি আছে চাহ বাগিচা খনত । ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ বাগিচা খনত । হাতীৰ জাকটোক খেদি পঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে স্থানীয় লোক সকলে । কিন্তু বাৰে বাৰে বিফল হৈছে কাৰণ হাতীৰ জকটোক যিমানেই খেদিছে হাতীৰ জাকটোৱেও উভতি ধৰি খেদিছে মানুহক । আৰু তাতেই সৃষ্টি হৈছে এখন ভয়াবহ যুজঁ । আগে আগে মানুহ পিছে পিছে ৰুদ্ৰমূৰ্তি ধৰি খেদিছে হাতীয়ে । যিকোনো মুহূৰ্তত সংঘটিত হব পাৰে ভয়াবহ অঘটন । ইফালে হাতীৰ জাকটোৰ ভয়ত বাগিচা খনত কাম কৰিবলৈ ভয় কৰা হৈছে শ্ৰমিক সকলে । হাতীৰ জকটোক আঁতৰাই পঠাবলৈ বন বিভাগে লোৱা নাই কোনো ব্যৱস্থা । এনেদৰে এতিয়া অব্যাহত আছে জীৱন মৰণৰ যুজঁ । এফালে খাদ্য আৰু বাসস্থানৰ অভাৱত পৰা হাতীৰ জাক আনফালে নিজৰ ঘৰ,খেতি পথাৰ খন বচাবলৈ চেষ্টা কৰি থকা অসহায় জনতা । এইয়া যেন এতিয়া নৃত্যনৈমিতিক ঘটনাত পৰিণত হৈছে গোলাঘাটত ।Body:Byte1 ,2 : স্থানীয়লোকConclusion:গোলাঘাট পৰা চামিম আলি ,etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.