ETV Bharat / state

গোলাঘাটত হাতী মানুহৰ জীৱন মৰণৰ যুঁজ

author img

By

Published : Nov 22, 2019, 9:57 AM IST

গোলাঘাটত হাতী-মানুহৰ সংঘাত অব্যাহত ৷ গোলাঘাটৰ অভয়জান অঞ্চলত হাতী-মানুহৰ জীৱন-মৰণৰ যুঁজে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷

গোলাঘাটত হাতী মানুহৰ জীৱন-মৰণৰ যুঁজ

গোলাঘাট, 22 নৱেম্বৰঃ গোলাঘাটত হাতী-মানুহৰ সংঘাত অব্যাহত ৷ গোলাঘাটৰ অভয়জান অঞ্চলত মুক্ত বিচৰণ বন্য হস্তীৰ ৷ হাতী-মানুহৰ জীৱন-মৰণৰ যুঁজে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ খাদ্যৰ সন্ধানত ওলাই অহা এজাক বৃহৎ বনৰীয়া হাতীৰ জাকে ধাননি পথাৰৰ ধান খোৱাৰ লগতে নষ্ট কৰে ধাননিডৰা ৷ উল্লেখ্য যে অঞ্চলটোত চাহ ফেক্টৰী খোলাৰ অনুমতি প্ৰদান কৰি প্ৰশাসনে কেতবোৰ ব্যক্তিৰ স্বাৰ্থ সিদ্ধিৰ বাবে উদগনি যোগাই হস্তীৰ কৰিডৰ বন্ধ কৰাৰ বাবেই হাতীৰ উপদ্ৰৱ বৃদ্ধি পোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷

গোলাঘাটত হাতী মানুহৰ জীৱন-মৰণৰ যুঁজ

আনহাতে খাদ্যৰ সন্ধানত জনানঞ্চললৈ ওলাই অহা হাতীৰ জাকটোৰ ওপৰত নিৰ্মমভাৱে প্ৰহাৰ কৰে । হাতী মানুহৰ সংঘাটৰ মূল কাৰণটোৱে হৈছে বনাঞ্চল আৰু হাতী কৰিডৰ ধ্বংস । হাতী মানুহৰ সংঘাত বন্ধ কৰাৰ ক্ষেত্ৰত বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাৰ ওপৰত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷

আৰু পঢ়কঃ টিম আমিষৰ মুখেৰে শুনক ব্যতিক্ৰমধৰ্মী ছবি আমিষৰ বিষয়ে

Intro:Body:গোলাঘাটৰ অভয়জান অঞ্চলত বনৰীয়া হাতী আৰু মানুহৰ তীব্ৰ সংঘাত। হাতী মানুহৰ সংঘাত দেখিলে বুকু কপি উঠিব আপোনাৰো। এই পৰ্যন্ত অঞ্চলটোত অব্যাহত আছে বনৰীয়া হাতীৰ বিচৰণ। আগে আগে বৃহৎ বন্যহস্তীৰ দল আৰু পিছে পিছে এদল মানুহ। অভয়জান, থুৰামুখ আদিত এক বৃহৎ বন্যহস্তীৰ দল। খাদ্যৰ সন্ধানত অহা হাতীৰ জাকটোৱে ধাননি পথাৰৰ ধান খাই, ধান গচকি নষ্ট কৰিছে। বৃহৎ হাতীৰ জাকটোৱে ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ অতিক্ৰম কৰে। অঞ্চলটোত চাহ ফেক্টৰী খোলাৰ অনুমতি প্ৰদান কৰি প্ৰশাসনে কেতবোৰ ব্যক্তিৰ স্বাৰ্থ সিদ্বিৰ বাবে উদগনি যোগাই হস্তীৰ কৰিদৰ বন্ধ কৰাৰ বাবেই হাতীৰ উপদ্ৰৱ বৃদ্ধি পোৱা বুলি অভিযোগ। ইয়াৰ উপৰিও খাদ্যৰ সন্ধানত জনানঞ্চললৈ ওলাই অহা হাতীৰ জাকটোৰ ওপৰত নিৰ্মম ভাৱে প্ৰহাৰ কৰিছে। কোনোবাই কেটেপা লৈ আক্ৰমণ কৰিছে আকৌ কোনোবাই শিল লাঠিৰে আক্ৰমণ কৰিছে খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোলৈ। হাতী মানুহৰ সংঘাটৰ মূল কাৰণটোৱে হৈছে বনাঞ্চল আৰু হাতী কৰিদৰ ধ্বংস। এতিয়া প্ৰশ্ন হৈছে চৰকাৰ তথা বন বিভাগে হাতী মানুহৰ সংঘাট বন্ধ কৰিবলৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব।Conclusion:Byte 1: স্থানীয় যুৱক।
Byte 2: স্থানীয় ব্যক্তি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.