ETV Bharat / state

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে গোলাঘাট নুমলীগড়ত ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি - এন. আৰ. এল

নুমলীগড়ৰৰ এন.আৰ. এল শোধনাগাৰৰ নগৰাঞ্চলতো ব্যস্ততা বাঢ়িছে হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ বাবে

গোলাঘাট নুমলীগড়ত ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি
author img

By

Published : Apr 9, 2019, 5:09 PM IST

গোলাঘাট,৯ এপ্ৰিলঃ বসন্তৰ আগমণৰ লগে লগে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হেঁপাহৰ ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি । গোলাঘাটৰ নুমলীগড়তো ৰঙালীক আদৰিবলৈ ৰাইজৰ মাজত ভীষণ ব্যস্ততা । সাজু হৈছে কণমানিৰ পৰা বৃদ্ধলৈকে সকলোৱে । গোলাঘাট নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত যান্ত্ৰিকতাৰ মাজতো এই সকল নগৰাঞ্চলৰ আবাসীয়ে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ চলাইছে ব্যাপক প্ৰস্তুতি ।

গোলাঘাট নুমলীগড়ত ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি

জনপ্ৰিয় বিহু নৃত্যশিল্পী সান্তুমণি শৰ্মা আৰু অসমৰ জনপ্ৰিয় বৰ বিহুৱতী মাধুৰী গগৈৰ নেতৃত্বত চলি আছে বিহু নৃত্য কৰ্মশালা । দৈনিক ব্যস্ততা পাহৰি কণমানিজনীৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰু সকলো ওলাই আহিছে বিহুৰ আখৰা কৰিবলৈ ।

Intro:গোলাঘাট নুমলীগড় ত ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি । এন. আৰ. এল শোধনাগাৰ ৰ নগৰাঞ্চল টো হেঁপাহৰ ৰঙালীক লৈ ব্যাপক প্ৰস্তুতি ।
বসন্তৰ আগমনৰ লগে লগে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হেঁপাহৰ ৰঙালী আদৰিবলৈ ব্যাপক প্ৰস্তুতি । সাজু কনমানীৰ পৰা বৃদ্ধলৈ । ঢোল পেঁপাৰ বাঁহীৰ মাতত গা সাত খন আঠ খন কৰিছে বোৱাৰী ,গাভৰু হতৰ । গছৰ ডালত লমা লমে জিলিকিল কপৌ, তগৰ,কেতেকী । নাচনীক আদৰিবলৈ যেন সাজোঁ হৈ উঠিছে কপৌ, তগৰBody:গোলাঘাট নুমলীগড় শোধনাগাৰ ৰ নগৰাঞ্চলৰ দৃশ্য । যান্ত্ৰীকতাৰ মাজতো এই সকল নগৰাঞ্চলৰ আবাসীয়ে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ চলাইছে প্ৰস্তুতি । দৈনিক ব্যস্ততা পাহৰি কনমানিজনী ৰ পৰা আৰম্ভ কৰি বোৱাৰী, জীয়ৰী সকলো উলাই আহিছে বিহুৰ আখৰা কৰিবলৈ । জনপ্ৰিয় বিহু নৃত্য শিল্পী সান্তুমণি শৰ্মা আৰু অসমৰ জনপ্ৰিয় বৰ বিহুৱতী মাধুৰী গগৈৰ নেতৃত্বত কনকন শিশু কে ধৰি জীয়ৰী বোৱাৰী সকলে হেঁপাহৰ ৰঙালী বিহুটি ত এপাক কঁকাল ভাঙি নাচিবলৈ চলাইছে আখৰা । মুঠৰ ওপৰত এতিয়া অসমৰ চৌপাশৰ লগতে নুমলীগড়তো বাপতি সাহোন হেঁপাহ ৰ ৰঙালী ক আদৰিবলৈ দেখাপোৱা গৈছে ব্যাপক প্ৰস্তুতিConclusion:BYTE 1 : আয়োজক

গোলাঘাট সমষ্টিৰ পৰা চামিম আলি ETV BHARTA , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.