ETV Bharat / state

চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ মৰ্যদা দাবী

শীঘ্ৰে অসমৰ প্ৰাচীন জনগোষ্ঠী চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ মৰ্যদা প্ৰদান কৰাৰ দাবীত শুকুৰবাৰে গোলাঘাটত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই প্ৰতিবাদী মিছিল উলিয়াই ৷

author img

By

Published : Sep 11, 2020, 6:52 PM IST

চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ মৰ্যদা দাবী
চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ মৰ্যদা দাবী

গোলাঘাট, 11 চেপ্তেম্বৰঃ গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই শুকুৰবাৰে গ্ৰহণ কৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। ধৰ্ণা কাৰ্যসূচীৰে অসম চৰকাৰক সকীয়নি জনাই প্ৰতিবাদী সকলে ৷ তেওঁলোকৰ দাবী শীঘ্ৰে অসমৰ প্ৰাচীন জনগোষ্ঠী চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ মৰ্যদা প্ৰদান কৰা। গোলাঘাটত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ পঞ্চদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈ থকাৰ মাজতে শুকুৰবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

গোলাঘাট চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

আনহাতে আজিৰে পৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে মাৰ বান্ধি ঠিয় হ'ল সদৌ অসম চুতীয়া ছাত্র সন্থা। অসমৰ বিভিন্ন মহকুমা আৰু জিলাত ১৫ নৱেম্বৰলৈকে ধাৰাবাহিকভাৱে চলাই যাব প্ৰতিবাদ। প্ৰতিষ্ঠা দিৱসৰ দিনাই গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা আৰম্ভণি কৰিলে প্ৰতিবাদ।

লগতে চাওকঃ অইল ইণ্ডিয়া লিমিটেডৰ কাণ্ডহীনতাঃ শংকিত খুমটাইবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.