ETV Bharat / state

কৰ’ণাৰ ৰেড হটস্পট গোলাঘাট

গোলাঘাটত চিকিৎসাধীন ৯জন কৰ’ণাত আক্ৰান্ত ৰোগীৰ পুনৰ স্বাস্থ্য পৰীক্ষাত ৬ জনক নিগেটিভ পোৱাৰ বিপৰীতে ৩ জনৰ পজিটিভ পোৱা গৈছে ৷ বিগত ১৪ এপ্ৰিলত আটাইকেইজন ৰোগীৰে স্বাস্থ্য পৰীক্ষাত কৰ’ণাত আক্ৰান্ত হোৱা বুলি স্পষ্ট হৈ পৰিছিল ৷

author img

By

Published : Apr 16, 2020, 4:02 PM IST

Golagaht declared as Corona Red Hotspot
কৰ’ণাৰ ৰেড হটস্পট গোলাঘাট

গোলাঘাট,16 এপ্ৰিলঃ কৰ’ণাৰ ‘ৰেড হটস্পট’ হিচাপে চিহ্নিত হ'ল গোলাঘাট ৷ গোলাঘাটত চিকিৎসাধীন ৯জন কৰ’ণাত আক্ৰান্ত ৰোগীৰ পুনৰ স্বাস্থ্য পৰীক্ষাত ৬ জনক নিগেটিভ পোৱাৰ বিপৰীতে ৩ জনৰ পজিটিভ পোৱা গৈছে ৷ বিগত ১৪ এপ্ৰিলত আটাইকেইজন ৰোগীৰে স্বাস্থ্য পৰীক্ষাত কৰ’ণাত আক্ৰান্ত হোৱা বুলি স্পষ্ট হৈ পৰিছিল ৷ ইয়াৰ পিছতেই স্বাস্থ্য বিভাগৰ নিৰ্দেশমৰ্মে পুনৰ আটাইকেইজনৰে নমুনা ICMR লাহোৱাললৈ পঠোৱা হৈছে ৷ বৃহস্পতিবাৰে নিশাৰ ভিতৰত এই ৰিপৰ্ট লাভ কৰিব গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ে

কৰ’ণাৰ ৰেড হটস্পট গোলাঘাট

উল্লেখ‍্য যে, আটাইকেইজনৰে ফলাফল নিগেটিভ আহিলে শুকুৰবাৰলৈ ৰাজ‍্য স্বাস্থ্য বিভাগৰ পৰ্যালোচনাৰ পিছত ঘৰলৈ যাবলৈ দিয়াৰ সম্ভাৱনা আছে ৷ আনহাতে, গোলাঘাটত হোম কোৱাৰেন্টাইনত আছে ৫৩ গৰাকী ব‍্যক্তি ।

লগতে পঢ়ক-দৰিদ্ৰ পৰিয়াললৈ সাহাৰ্য প্ৰদান অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.