ETV Bharat / state

শীঘ্ৰে সম্পূৰ্ণ হ'ব ঘৰে ঘৰে শৌচালয় নিৰ্মাণ আঁচনি - Golaghat

বিভাগটোৰ অধীনত বিকল হৈ থকা আঁচনি ,আধৰুৱা হৈ থকা আঁচনি সন্দৰ্ভত বাবে বিতংভাৱে আলোচনা কৰাৰ অন্ততঃ এই সমূহ শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈ অনুৰোধ জনায় মন্ত্ৰী ৰিহণ দৈমাৰীয়ে।

শীঘ্ৰে সম্পূৰ্ণ হ'ব ঘৰে ঘৰে শৌচালয় নিৰ্মাণ আঁচনি
author img

By

Published : Jul 10, 2019, 9:29 PM IST

গোলাঘাট,10জুলাইঃ শীঘ্ৰে সম্পূৰ্ণ হ'ব ঘৰে ঘৰে শৌচালয় নিৰ্মাণ আঁচনি। গোলাঘাটত জনস্থাস্থ্য কাৰিকৰী আৰু সমবায় মন্ত্ৰী ৰিহণ দৈমাৰীৰ ঘোষণা । স্বচ্ছ ভাৰত মিছন অভিযান অনুসৰি এই কাৰ্যসূচী সম্পূৰ্ণ কৰা হ'ব। বুধবাৰে গোলাঘাটত বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ সৈতে অনুষ্ঠিত এক সভাত বিভাগটোৰ আধৰুৱা কাম সমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰা বুলি জনাই মন্ত্ৰীজনে। গোলাঘাটত এতিয়াও যি সমূহ শৌচালয় নিৰ্মাণ কৰিবলৈ বাকী আছে সেই সমূহ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ বিষয়া সকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। বিভাগটোৰ অধীনত বিকল হৈ থকা আঁচনি ,আধৰুৱা হৈ থকা আঁচনি সন্দৰ্ভত বাবে বিতংভাৱে আলোচনা কৰাৰ অন্ততঃ এই সমূহ শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈ অনুৰোধ জনায় মন্ত্ৰী ৰিহণ দৈমাৰীয়ে।

Intro:Body:গোলাঘাটত জনস্থাস্থ্য কাৰিকৰী আৰু সমবায় মন্ত্ৰী ৰিহণ দৈমাৰীৰ ঘোষণা। ঘৰে ঘৰে শৌচালয় নিৰ্মাণ আচনি শীঘ্ৰে সম্পূৰ্ণ হব। স্বচ্ছ ভাৰত মিছন অভিযান অনুসৰি এই কাৰ্যসূচী সম্পূৰ্ণ হব। বুধবাৰে গোলাঘাটত বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ সৈতে অনুষ্ঠিত এক সভাত বিভাগটোৰ আধৰুৱা কাম সমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰা বুলি জনাই মন্ত্ৰীজনে। গোলাঘাট জিলা খনত এতিয়াও যি সমূহ শৌচালয় নিৰ্মাণ কৰিবলৈ বাকী আছে সেই সমূহ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ বিষয়া সকলক নিৰ্দেশ দিয়ে। বিভাগটোৰ অধীনত বিকল হৈ থকা আচনি ,আধৰুৱা হৈ থকা আচনি সন্দৰ্ভত বাবে বিতংভাৱে আলোচনা কৰাৰ অন্ততঃ এই সমূহ শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈ অনুৰোধ জনায় মন্ত্ৰী ৰিহণ দৈমাৰীয়ে।Conclusion:Byte 1: ৰিহণ দৈমাৰী
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.