ETV Bharat / state

কৃত্ৰিম বানত বুৰ গ'ল গোলাঘাটৰ গড়কাপ্তানী পথ - কৃত্ৰিম বান

কৃত্ৰিম বানে গোলাঘাটৰ ফুলবাৰী আৰু মুৰফুলনীৰ সংযোগী পথটো চিঙি নিয়াৰ ফলত এতিয়া গৃহবন্দী হৈ পৰিছে অঞ্চলটোৰ প্ৰায় 20 হাজাৰৰো অধিক লোক ।

কৃত্ৰিম বানত বুৰ গ'ল গোলাঘাটৰ গড়কাপ্তানী পথ
author img

By

Published : May 6, 2019, 3:21 AM IST

গোলাঘাট,5 মে' : গোলাঘাটৰ মুৰফুলনীত কৃত্ৰিম বানৰ তাণ্ডৱ । ফেনীৰ প্ৰকোপৰ ফলত নেৰানেপেৰা বৰষুণৰ পানীয়ে চিঙিলে গড়কাপ্তানী পথ । প্ৰায় 20 খন গাঁৱৰ 50 হাজাৰৰো অধিক লোকৰ যোগাযোগৰ একমাত্ৰ পথটো চিঙি নিয়াত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় লোক । কেৱল ইমানেই নহয়, অঞ্চলটোত সম্পূৰ্ণ ৰূপে বিছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা । ফুলবাৰী আৰু মুৰফুলনীৰ সংযোগী পথটো চিঙি নিয়াৰ ফলত এতিয়া গৃহবন্দী হৈ পৰিছে অঞ্চলটোৰ প্ৰায় 20 হাজাৰৰো অধিক লোক ।

Intro:গোলাঘাট মুৰফুলনী ত কৃত্ৰিম বানৰ তাণ্ডৱ । ফণীৰ প্ৰকোপ ৰ ফলত নেৰেনেপেৰা বৰষুণৰ পানীয়ে চিঙিলে গৰকাপ্তানী পথ ।
ফণীৰ প্ৰকোপৰ বাবে নেৰেনেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে মুৰফলনীত চিঙিলে পথ । প্ৰায় ২০ খন গাঁৱৰ ৫০ হাজাৰৰো অধিক লোকৰ যোগাযোগৰ এক মাত্ৰ পথটো চিঙি নিয়াত আতংকিত হৈ পৰিছে স্থানীয় লোক সকল । সম্পূৰ্ণ ৰূপে যোগাযোগ বিছিন্ন হৈ পৰিছে অঞ্চলবাসী ৰ ।। ফুলবাৰী আৰু মুৰফুলনী ৰ সংযোগী পথটো চিঙি নিয়াৰ ফলত এতিয়া গৃহবন্দী হৈ পৰিছে প্ৰায় অঞ্চলটোৰ 20 হাজাৰৰো অধিক লোক ।Body:Bytes : স্থানীয় বাসিন্দাConclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , ETV BHARAT, অসম
8638762380
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.