ETV Bharat / state

গোলাঘাটৰ ৰাজপথত দাউদাউকৈ জ্বলিল চলন্ত গাড়ী

author img

By

Published : Mar 11, 2021, 10:40 AM IST

বুধবাৰে গোলাঘাটত সংঘটিত হয় এক ভয়ংকৰ অঘটন ৷ ৰাজপথতে দাউ দাউকৈ জ্বলিল AS05C-8072 নম্বৰৰ এখন টাটা মেজিক ৷ জানিব পৰা মতে,গোলাঘাট নগৰৰ মইনাপাৰত এই ভয়াৱহ ঘটনাটো সংঘটিত হয় ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

fire-in-golaghat
গোলাঘাটৰ ৰাজপথত দাউদাউকৈ জ্বলিল চলন্ত গাড়ী

গোলাঘাট,11মাৰ্চ: বুধবাৰে গোলাঘাটত সংঘটিত হয় এক ভয়ংকৰ অঘটন ৷ ৰাজপথতে দাউ দাউকৈ জ্বলিল AS05C-8072 নম্বৰৰ এখন টাটা মেজিক ৷ জানিব পৰা মতে,গোলাঘাট নগৰৰ মইনাপাৰত এই ভয়াৱহ ঘটনাটো সংঘটিত হয় ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

আনহাতে,এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় গাড়ীখনৰ চালক ৷ জুই নুমোৱাবলৈ চেষ্টা কৰোঁতে চালকৰ মুখ মণ্ডল কিছু পৰিমাণে জুয়ে পুৰি নিয়ে ৷ সম্প্ৰতি গাড়ীখনৰ চালক হামিদুল আলিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

লগতে পঢ়কঃকংগ্ৰেছৰ দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.