ETV Bharat / state

গোলাঘাটত ধনশিৰি নৈৰ ভয়াবহ গৰাখহনীয়া

গৰাখহনীয়াৰ ত্ৰাসত গাঁওবাসীয়ে কটাইছে বিনিদ্ৰ ৰজনী ৷ যিকোনো মূহুৰ্তত ধনশিৰিয়ে নিথৰুৱা কৰাৰ উপক্ৰম হৈছে এইসকল লোকক ৷

author img

By

Published : Nov 28, 2019, 7:32 PM IST

Golaghat
ধনশিৰি নৈৰ ভয়াবহ গৰাখহনীয়া

গোলাঘাট, 28 নৱেম্বৰঃ গোলাঘাটৰ মৰঙী চাহ বাগিচাত ধনশিৰি নৈৰ প্ৰৱল গৰাখহনীয়া ৷ ধনশিৰিৰ খহনীয়াৰ ত্ৰাসত উজাগৰি নিশা কটাইছে অঞ্চলবাসীয়ে ৷ কিয়নো প্ৰত্যেক দিনে ধনশিৰি নৈয়ে চপৰা-চপৰে খহাইছে গাঁওবাসীৰ খেতি পথাৰৰ লগতে ঘৰ-ভেটি ।

ধনশিৰি নৈৰ ভয়াবহ গৰাখহনীয়া

গাঁওবাসীয়ে জনোৱা অনুসৰি বাৰিষাতো বাদেই এতিয়া খৰালি কালতো গৰাখহনীয়াৰ ত্ৰাসত তেওঁলোকে বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে ৷ ইতিমধ্যে অঞ্চলটোৰ প্ৰায় শতাধিক পৰিয়ালৰ ঘৰ ধনশিৰিৰ বুকুত জাহ গৈছে ৷ তেওঁলোকৰ অভিযোগ অনুসৰি এই সন্দৰ্ভত তেওঁলোকে প্ৰশাসনক অৱগত কৰে যদিও অজিকোপতি কোনো সুফল লাভ কৰা নাই ৷ সেয়ে ধনশিৰিৰ ৰুদ্ৰমূৰ্তি দেখি সম্প্ৰতি আতংকিত হৈ পৰিছে গাঁওবাসী ৷

লগতে পঢ়ক - বিধ্বংসী গৰাখহনীয়াৰ কৱলত বিজনীৰ শ-শ গাওঁ

Intro:গোলাঘাটত ধনশিৰি নৈৰ ভয়াবহ গড়াখহনীয়া । আাতংকিত  গাঁৱবাসী।
গোলাঘাটৰ মৰঙী  চাহবাগিচাত ধনশিৰি নৈৰ প্ৰৱল গড়াখহনীয়াৰ  কৱলত ।উজাগৰি নিশা কটাইছে গাঁওবাসী সকলে ।কাৰণ  প্ৰত্যেক  দিনাই  চপৰা-চপৰে খহাইছে ধনশিৰি য়ে বাৰী-খেতি পথাৰ, ঘৰৰ ভেতি । বাৰিষাতো বাদেই এতিয়া খৰালিতো চপৰা চপৰে ভয়াবহ খহনীয়াৰ কৱলত পৰিছে সমগ্ৰ অঞ্চলটো ।সেয়ে এতিয়া অঞ্চলবাসিৰ টোপনি নোহোৱা  হৈছে কোন সময়ত সপোনৰ ঘৰ-ভেতি ধনশিৰি ৰ বুকুত বিলিন হয় তাৰ ঠিকনাই । ইফালে বৰ্তমানে অঞ্চলটোৰ পৰা প্ৰায় শতাধিক পৰিয়ালৰ ঘৰ, ভেটি, বাৰী জাহ গল ধনশিৰি ৰ বুকুত বহু পৰিয়াল হল  সৰ্বস্বান্ত। গতিকে বৰ্তমানে ধনশীৰ ৰ ৰুদ্ৰ্মুৰ্তি দেখি আাতংকত ভুগিছে অঞ্চলবাসি ।বাৰম্বাৰ চৰকাৰ প্ৰশাষনক  কাকুতিমিনতি কৰিও কোনো সুফল লাভ নকৰিলে  এই লোক সকলে।Body:Byte 1 : স্থানীয়লোকConclusion:গোলাঘাট পৰা চামিম আলি ,etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.