ETV Bharat / state

বন্ধ হ'ব কাজিৰঙাৰ এলিফেণ্ট ছাফাৰী

কাজিৰঙাত বন্ধ হ'ব চৰকাৰী-বেচৰকাৰী হাতী ছাফাৰী

author img

By

Published : Apr 27, 2019, 1:48 AM IST

বন্ধ হ'ব কাজিৰঙাৰ এলিফেণ্ট ছাফাৰী

27 এপ্ৰিল, গোলাঘাটঃ পৰ্যটকৰ বাবে দু-খবৰ ৷ চলিত বৰ্ষৰ 1 মে' ৰ পৰা বন্ধ হ'ব কাজিৰঙাৰ এলিফেণ্ট ছাফাৰি ৷ বন্ধ হ'ব চৰকাৰী-বেচৰকাৰী হাতী ছাফাৰীও ৷ শুকুৰবাৰে এই কথা ৰাজহুৱা কৰে পূব অসম বন্যপ্ৰাণী প্ৰাধিকাৰী ৰোহিণী শইকীয়াই ৷ কেৱল এয়াই নহয়, পৰ্যটকৰ বাবে শীঘ্ৰেই বন্ধ হ'ব পাৰে আন সকলো ধৰণৰ কাজিৰঙা দৰ্শনৰ ব্যৱস্থা ৷ উল্লেখ্য যে, 2018 বৰ্ষৰ 1 নৱেম্বৰৰ পৰা 2019 বৰ্ষলৈকে মুকলি কৰা হৈছিল হাতী ছাফাৰী ৷

Intro:এক মে ৰ পৰা বন্ধ কাজিৰঙাৰ এলিফেণ্ট চাফাৰিBody:বোকাখাত, 26-04-2019
১ মে’ৰ পৰা কাজিৰঙাত বন্ধ হ’ব হাতী ছাফাৰী
উদ্যানখনত বন্ধ হ’ব চৰকাৰী-বেচৰকাৰী হাতী ছাফাৰী
জনালে পূব অসম বন্যপ্ৰাণী প্ৰাধিকাৰী ৰোহিণী শইকীয়াই
যোৱা ১ নৱেম্বৰৰ পৰা ২০১৮-১৯ৰ বৰ্ষৰ বাবে চলিছিল হাতী ছাফাৰী। উল্লেখযোগ্য যে শীঘ্ৰেই বন্ধ হব পয্যটকৰ বাবে আন সকলোধৰণৰ কাজিৰঙা দৰ্শনৰ ব্যৱস্থা।Conclusion:শ্ৰীমন্ত বৰাৰ ৰিপৰ্ট
ETV BHARAT, BOKAKHAT
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.