ETV Bharat / state

নুমলীগড়ত আন এক বন্যহস্তীৰ কৰুণ মৃত্যু - বন্যহস্তীৰ কৰুণ মৃত্যু

নুমলীগড়ত আন এক বন্যহস্তীৰ কৰুণ মৃত্যু (Elephant died in Numaligarh) ৷ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ দৈগ্ৰোং নদীত উদ্ধাৰ বন্যহস্তীৰটোৰ মৃতদেহ ৷

Elephant died in Numaligarh
নুমলীগড়ত আন এক বন্যহস্তীৰ কৰুণ মৃত্যু
author img

By

Published : Sep 3, 2022, 12:38 PM IST

Updated : Sep 3, 2022, 12:45 PM IST

  • নুমলীগড়ত আন এক বন্যহস্তীৰ কৰুণ মৃত্যু (Elephant died in Numaligarh)
  • বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ দৈগ্ৰোং নদীত উদ্ধাৰ বন্যহস্তীটোৰ মৃতদেহ
  • শুকুৰবাৰে বিয়লি নদীত মৃত্যুৰ সৈতে যুঁজি চটফটাই থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে
  • পিছত স্থানীয় ৰাইজে খবৰ দিছিল বন বিভাগক
  • শুকুৰবাৰে নিশাই বন বিভাগে হাতীটোৰ মৃতদেহ নদীৰ পাৰলৈ উঠাই আনে
  • খাদ্যৰ সন্ধানত এতিয়া এনেদৰেই জনাঞ্চলত কৰুণ মৃত্যুক সাবটি ল’ব লগা হৈছে বন্যহস্তীয়ে

Last Updated : Sep 3, 2022, 12:45 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.