ETV Bharat / state

কলিয়াবৰত ব্যাপক ৰূপত মণিমাধৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ - কলিয়াবৰ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে কলিয়াবৰৰ নিৰ্বাচনী প্ৰচাৰ । কলিয়াবৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত খুমটাই বিধানসভা সমষ্টিত বিধায়ক মৃনাল শইকীয়াৰ তৎপৰতাত ব্যাপক ৰূপত চলিছে নিৰ্বাচনী প্ৰচাৰ ৷

etv bharat
author img

By

Published : Apr 1, 2019, 4:42 PM IST

নগাঁও, 1 মাৰ্চ : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে কলিয়াবৰৰ নিৰ্বাচনী প্ৰচাৰ ।

kaliabor

কলিয়াবৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত খুমটাই বিধানসভা সমষ্টিত বিধায়ক মৃনাল শইকীয়াৰ তৎপৰতাত ব্যাপক ৰূপত চলিছে নিৰ্বাচনী প্ৰচাৰ ৷
মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ ঘৰে-ঘৰে ঘূৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত বিজেপি-অগপৰ সমৰ্থকসকল ৷ সোমবাৰে খুমটাই সমষ্টিৰ যোগীবাৰী বিলৰ পৰা মণিমাধৱ মহন্তৰ হৈ প্ৰচাৰমূলক বাইক ৰেলীত অংশগ্ৰহণ কৰে শতাধিক সমৰ্থনকাৰী ৷ বাইক ৰেলীৰে ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ চেষ্টা চলাই মিত্ৰজোঁটৰ সমৰ্থনকাৰীসকলে ৷

Golaghat  1.04.2019
SLUG : GOLAGHAT ELECTION CAMPAIGN
A_GLT_801_1APRIL_GOLAGHAT_ELECTION_CAMPAIGN_VISUAL_BYTE_DIGANTA_SAHU
O.C. : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে কলিয়াবৰৰ প্ৰচাৰ।কলিয়াবৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত খুমটাই বিধানসভা সমষ্টিত বিধায়ক মৃনাল শ্ইকীয়াৰ তৎপৰতাত ঘৰে ঘৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ ব্যাপক কৰি তুলিছে প্ৰচাৰ অভিযান।সোমবাৰে খুমটাই সমষ্টিৰ যোগীবাৰী বিলৰ পৰা আৰম্ভ কৰে এই প্ৰচাৰ অভিযান।ৰথ সহ বাইক ৰেলীৰে ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ প্ৰয়াস কৰে ।
Byte : Mrinal saikia
    
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট ETV Bharat অসম।

Feed send by mojo
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.