ETV Bharat / state

শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ গোলাঘাট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

গোলাঘাটৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ AICTEৰ স্বীকৃতি লাভ নকৰাক লৈ প্ৰতিবাদ । শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ

author img

By

Published : May 8, 2019, 9:12 PM IST

শিক্ষা মন্ত্ৰীৰ প্ৰতিকৃতি দাহ গোলাঘাট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

গোলাঘাট, 8 মে’: গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিকৃতি দাহ কৰিলে শিক্ষা মন্ত্ৰীৰ। গোলাঘাটৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ AICTEৰ স্বীকৃতি লাভ নকৰাক লৈ প্ৰতিবাদ। শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। মহাবিদ্যালয়ত অধ্যয়নৰত ৯২ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ পৰা ৰক্ষা কৰিবলৈ অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ছাত্ৰ মুক্তিৰ অভিযোগ পুঁজিবাদৰ অভ্যুত্থানৰ সময়ত ৰাজহুৱা এনেধৰণৰ শিক্ষা অনুষ্ঠান ধ্বংসৰ ই এক জলন্ত উদাহৰণ ।

আৰু পঢ়ক: আজি পৰ্যন্ত অসম্পূৰ্ণ হাফলং শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট ওৱেষ্ট কৰিডৰ

অভিযান্ত্ৰিক মহাবিদ্যালয়খন বিজেপি চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ ৷

Intro:গোলাঘাটত ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিকৃতি দাহ কৰিলে শিক্ষা মন্ত্ৰীৰ। গোলাঘাটৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ AICTE ৰ স্বীকৃতি লাভ নকৰাক লৈ প্ৰতিবাদ। শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। মহাবিদ্যালয়ত অধ্যয়নৰত ৯২গৰাকী ছাত্র ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ পৰা ৰক্ষা কৰিব লৈ অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে। ছাত্র মুক্তিৰ অভিযোগ পুঁজিবাদৰ অভ্যূত্থানৰ সময়ত ৰাজহুৱা এনেধৰণৰ শিক্ষা অনুষ্ঠান ধ্বংসৰ ই এক জলন্ত উদাহৰণ। অভিযান্ত্ৰিক মহাবিদ্যালয়খন বিজেপি চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ।

Body:Byte 1: ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ বিষয়-ববীয়া।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.