ETV Bharat / state

গোলাঘাটত ডায়েৰিয়াৰ ভয়াৱহতা ! - গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসমাৰিক চিকিৎসালয় চিকিৎসা গ্ৰহণ কৰিছে আক্ৰান্ত সকলে

গোলাঘাটত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ডায়েৰিয়া ৰোগে ৷ শতাধিক লোক আক্ৰান্ত হৈছে এই ৰোগত ৷ গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসমাৰিক চিকিৎসালয় চিকিৎসা গ্ৰহণ কৰিছে আক্ৰান্ত সকলে ৷

গোলাঘাটত ডায়েৰিয়াৰ ভয়াৱহতা
author img

By

Published : Oct 23, 2019, 10:33 PM IST

Updated : Oct 24, 2019, 12:52 PM IST

গোলাঘাট, 23 অক্টোবৰঃ গোলাঘাটত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ডায়েৰিয়া ৰোগে ৷ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বামুণ গাঁও,পুৰণিমেলিয়া গাওঁ,চক্ৰধৰা,সন্দিকৈ গাঁৱৰ প্ৰায় শতাধিক লোক আক্ৰান্ত হৈছে ডায়েৰিয়া ৰোগত ৷ গাঁও কেইখনৰ পুৰুষ, মহিলা, বৃদ্ধ,বৃদ্ধা সহ শিশুও আক্ৰান্ত হৈছে এই ৰোগত ৷ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসমাৰিক চিকিৎসালয় চিকিৎসা গ্ৰহণ কৰিছে আক্ৰান্ত সকলে ৷ ইয়াৰ উপৰি ব্যক্তিগত নাৰ্চিং হোমতো চিকিৎসাধীন বহু ৰোগী ৷

Diarrohea disease become epidemic in Golaghat
গোলাঘাটত ডায়েৰিয়াৰ ভয়াৱহতা

ৰোগত আক্ৰান্ত সকলৰ ক্ষেত্ৰত অত্যাধিক পেটৰ বিষ, জ্বৰ, মূৰৰ বিষ, শৌচ, বমি কৰাৰ লগতে শৌচত তেজ যোৱা বুলি জানিব পৰা গৈছে ৷ ডায়েৰিয়া ৰোগত আক্ৰান্ত বহুকেইজক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

Intro:গোলাঘাটৰ ডায়েৰীয়া সদৃশ ৰোগত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে । এই পৰ্যন্ত ৫০ জনৰো অধিক লোক চিকিৎসালয়ত ভৰ্তি হৈছে । ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে আক্ৰান্ত সকল । গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বামুণ গাঁও,পুৰণিমেলিয়া গাওঁ, চক্ৰধৰা, সন্দিকৈ গাৱঁত প্ৰায় শতাধিক লোক কম বেছি পৰিমাণে আক্ৰান্ত হৈছে l গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত আক্ৰান্ত সকল মাটিয়ে বালিৰে পৰি চিকিৎসা গ্ৰহণ কৰিব লগা হৈছে । ইয়াৰোপৰি কেইবাখনো ব্যক্তিগত নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছে । গাওঁ কেইখনৰ পুৰুষ ,মহিলা , বৃদ্ধ, বৃদ্ধাৰ লগতে আক্ৰান্ত হৈছে শিশুও । অত্যাধিক পেট বিষ,জ্বৰ,মুৰবিষ, শৌচ আৰু বমি কৰাৰ লগতে তেজ পায়খানা হোৱা বুলি জানিব পৰা গৈছে । আক্ৰান্তৰ বহু কেইজনক উন্নত চিকিৎসাৰ বাবে JMC লৈও প্ৰেৰণ কৰা হৈছে ।Body:Byte 1 : ডাঃ সুনীতা এক্কা
Byte 2 : ৰোগীৰ আত্মীয়Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম
Last Updated : Oct 24, 2019, 12:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.