গোলাঘাট, 2 জুন: গোলাঘাটত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ । গোলাঘাট নগৰত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ । পে'ট্ৰলিয়াম মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই কেন্দ্ৰীয় পে'ট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰন্ধন গেছ আৰু পেট্ৰটলজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ আনহাতে, শীঘ্ৰে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য হ্ৰাস নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷
গোলাঘাটত পে'ট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ - assam news
পে'ট্ৰলিয়াম মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই কেন্দ্ৰীয় পে'ট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰন্ধন গেছ আৰু পেট্ৰটলজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ আনহাতে, শীঘ্ৰে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য হ্ৰাস নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷
![গোলাঘাটত পে'ট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3452263-252-3452263-1559489452968.jpg?imwidth=3840)
ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ
গোলাঘাট, 2 জুন: গোলাঘাটত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ । গোলাঘাট নগৰত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ । পে'ট্ৰলিয়াম মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই কেন্দ্ৰীয় পে'ট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰন্ধন গেছ আৰু পেট্ৰটলজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ আনহাতে, শীঘ্ৰে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য হ্ৰাস নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷
ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ
ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ
Intro:কেন্দ্ৰীয় চৰকাৰ গঠন হোৱা এসপ্তাহ নৌহঁওতেই সন্মুখীন হল প্ৰতিবাদৰ । গোলাঘাটত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ । গোলাঘাট নগৰত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ । পেট্ৰলিয়াম মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰন্ধন গেছ আৰু পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ অভিযোগ উথাপন কৰি প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ । সৰ্বসাধাৰণৰ মুৰত মাধ্যমৰ সোধোৱাৰ অভিযোগ উথাপন কৰি এই প্ৰতিবাদ । সংগঠনটোৰ দাবী অতি সোনকালে পেট্টলজাত সামগ্ৰী মূল্য হ্ৰাস কৰক নহলে ইয়াতকৈ জঙ্গি আন্দোলনৰ হুংকাৰ প্ৰদান কৰে Body:Byte 1: আন্দোলনকাৰী নেতাConclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv Bharat , অসম