ETV Bharat / state

ধুমুহাত বিধ্বস্ত বোকাখাটৰ শতাধিক পৰিয়াল - ধুমুহা

ধুমুহাই বোকাখাটত শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, ভঁড়ালকে আদি কৰি পোহনীয়া জন্তুৰ বিস্তুৰ ক্ষতি কৰাৰ উপৰিও কিছুমান পৰিয়ালৰ থাকিবলৈও ঘৰ নোহোৱা অৱস্থাৰ সৃষ্টি কৰিছে ।

বোকাখাটত ধুমুহাত শতাধিক লোকৰ বিস্তৰ ক্ষতিসাধন
author img

By

Published : Apr 15, 2019, 1:47 AM IST

Updated : Apr 15, 2019, 8:16 AM IST

গোলাঘাট, ১৪ এপ্ৰিলঃ ৰঙালীৰ উলাহৰ মাজতেই বোকাখাটত ধুমুহাত বিস্তৰ ক্ষতিসাধন । ধুমুহাত শতাধিক পৰিয়ালৰ সা-সম্পত্তিৰ লগতে পোহনীয়া জীৱ-জন্তু তথা খাদ্য-শস্যৰ ক্ষতিসাধন ।

বোকাখাটত ধুমুহাত শতাধিক লোকৰ বিস্তৰ ক্ষতিসাধন

ধুমুহাই বোকাখাটত শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, ভঁড়ালকে আদি কৰি পোহনীয়া জন্তুৰ বিস্তুৰ ক্ষতি কৰাৰ উপৰিও কিছুমান পৰিয়ালৰ থাকিবলৈও ঘৰ নোহোৱা অৱস্থাৰ সৃষ্টি কৰিছে । কিন্তু দুখৰ বিষয় যে, দূৰ্দশাগ্ৰস্ত ৰাইজক কোনো এটা ৰাজনৈতিক দল, সংগঠনৰ নেতা দূৰৰে কথা গোলাঘাট প্ৰশাসনেও এইপৰ্যন্ত কোনোধৰণৰ সাহাৰ্য আগবঢ়াবলৈ আগবাঢ়ি অহা নাই ৷ ফলত এতিয়া ক্ষুব্ধ হৈ পৰিছে ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজ সকল । নিৰ্বাচনৰ পূৰ্ৱে গাঁৱৰ চুকে-কোণে আহিবলৈ কুণ্ঠাবোধ নকৰা ৰাজনৈতিক নেতাসকলে দুৰ্দিনৰ সময়ত আক্ৰান্ত সকলৰ খবৰ লবলৈ আহৰি নোহোৱাত ক্ষোভত ফাটি পৰিছে ৰাইজ ।

Intro:বা-মাৰলিত বোকাখাতত শতাধিক পৰিয়াল আক্ৰান্তBody:বোকাখাত,14-04-2019
ৰঙালীৰ উলাহৰ মাজতেই আজি পুৱা বোকাখাত অঞ্চলত অহা ধুমুহা বতাহত বিস্তৰ ক্ষতিসাধন হয়। শতাধিক পৰিয়ালৰ সা-সম্পত্তিৰ লগতে পোহনীয়া জীৱ-জন্তু তথা খাদ্য-শস্যৰ ক্ষতিসাধন হয়। আক্ৰান্ত পৰিয়ালৰ ওচৰত বুজ লোৱাৰ উদেশ্য প্ৰশাসনৰ ফালৰ পৰা কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে। ৰাজনৈতিক দল সংগঠন সমূহে নিৰ্বাচনৰ পূৰ্বে যিধৰণে আহিছিল এই দুৰ্দিনৰ সময়ত আক্ৰান্ত সকলৰ খবৰ লোৱাৰ আহৰি নাই বুলি দুৰ্গত ৰাইজৰ অভিযোগ।Conclusion:Byte: Affected Person
শ্ৰীমন্ত বৰাৰ ৰিপৰ্ট
ETV BHARAT, BOKAKHAT
Last Updated : Apr 15, 2019, 8:16 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.