ETV Bharat / state

মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ চেক আত্মসাৎঃ গোচৰ ৰুজু ভুক্তভোগী পৰিয়ালৰ

author img

By

Published : Nov 8, 2019, 6:17 PM IST

গোলাঘাটত কৰ্কট ৰোগত আক্ৰান্ত দৰিদ্ৰ পৰিয়ালে লাভ কৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক আত্মসাৎ কৰাৰ অভিযোগ ৷ বিভিন্ন দল সংগঠনৰ সহযোগত গোলাঘাট সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে পৰিয়ালটোৱে।

মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ চেক আত্মসাৎঃ গোচৰ ৰুজু ভুক্তভোগী পৰিয়ালৰ

গোলাঘাট, 8 নৱেম্বৰঃ গোলাঘাটত কৰ্কট ৰোগত আক্ৰান্ত দৰিদ্ৰ পৰিয়ালে লাভ কৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক আত্মসাৎ কৰাৰ অভিযোগ ৷ ভুক্তভুগী পৰিয়ালটোৱে উপাই বিহীন হৈ এতিয়া সহায় বিচাৰিছে দল সংগঠনৰ ৷

উল্লেখযোগ্য যে, গোলাঘাটৰ থুৰামুখ বেবেজীয়াৰ অজিত ফুকন নামৰ যুৱকজন দুবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। দৰিদ্ৰ পৰিয়ালটোৱে চিকিৎসাৰ বাবদ মাটি সম্পত্তি বিক্ৰী কৰি লক্ষাধিক টকা খৰচ কৰে যদিও সুস্থ হৈ উঠা নাই অজিত ফুকন । পৰিয়ালটোৱে চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আবেদন জনায় ৷ সেই অনুসৰি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা এখন চেক প্ৰদান কৰে বুলি জানিব পাৰিছে পৰিয়ালটোৱে।

এই ক্ষেত্ৰত বিশেষ জ্ঞান নথকাৰ বাবে তিতাবৰৰ বগা গাঁওৰ সম্পৰ্কীয় পবিত্ৰ শইকীয়া নামৰ লোকজনক চেক খনৰ সমস্ত দায়িত্ব দিয়ে যুৱকজনৰ পৰিয়ালে । কিন্তু পৱিত্ৰ শইকীয়াই কিছু দিনৰ পিছতেই উক্ত চেকখন হেৰুৱা বলি জানিবলৈ দিয়ে পৰিয়ালটোক । তাৰোপৰি দৰিদ্ৰ পৰিয়ালটোক এই ক্ষেত্ৰত আইনৰ কাষ চপাৰ পৰা বিৰত থাকিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে বুলিও আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে। পৰিয়ালটোৱে উপাই বিহীন হৈ সহায় বিচাৰি কাষ চাপিছিল বিভিন্ন দল সংগঠনৰ ৷ ইফালে অসম জাতীয়তাবাদী যুৱ পৰিষদ মৰঙি আঞ্চলিকৰ সভাপতি মানব গগৈ, সাংগঠনিক সম্পাদক ৰাজীব লস্কৰ, টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ সহযোগত পৰিয়ালটোৱে গোলাঘাট সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। অতি শীঘ্ৰে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা অহা ধনখিনি পৰিয়ালটোৱে যাতে লাভ কৰে তাৰ বাবে আহ্বান জনোৱাৰ লগতে ঘটনাৰ লগত জড়িত অভিযুক্তক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দবী জনাইছে পৰিয়ালটোৱে ৷

লগতে পঢ়ক- বাক্সাত ভুৱা ক্ৰীড়া সংগঠনৰ ভয়ানক জাল

Intro:Body:গোলাঘাটত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক আত্মসাৎ হোৱাক লৈ চাঞ্চল্য। মুখ্যমন্ত্ৰীৰ দ্বাৰা জটিল ৰোগত আক্ৰান্ত হোৱা সকলক প্ৰদান কৰা পুঁজিৰ ওপৰত দালালৰ আধিপত্য। কৰ্কট ৰোগত আক্ৰান্ত ৰোগীও হাৰি নগ'ল দালালৰ পৰা। এই অভিযোগ উত্থাপন কৰি গোলাঘাট সদৰ থানাত গোচৰ ৰুজু ভুক্ত ভুগীৰ। উল্লেখযোগ্য যে গোলাঘাটৰ থুৰামুখ বেবেজীয়াৰ শ্ৰী অজিত ফুকন নামৰ এজন দৰিদ্ৰ লোক দুবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। দৰিদ্ৰ পৰিয়ালটোৱে চিকিৎসাৰ বাবদ মাটি সম্পত্তি বিক্ৰী কৰি পাঁচ লক্ষাধিক টকা খৰচ কৰে যদিও সুস্থ হৈ উঠা নাই অজিত ফুকন নামৰ লোক জন। বৰ্তমান অজিত ফুকনৰ পৰিয়ালে চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰাত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আবেদন জনোৱাত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা এখন চেক প্ৰদান কৰে। কিন্তু দুৰ্ভগীয়া পৰিয়ালটোৱে লাভ নকৰিলে এই অনুদান। ভুক্ত ভুগী অজিত ফুকনৰ পৰিয়ালবৰ্গয়ে এই ক্ষেত্ৰত বিশেষ জ্ঞান নথকাৰ বাবে তিতাবৰৰ বগা গাঁওৰ সম্পৰ্কীয় পবিত্ৰ শইকীয়াক মুখ্যমন্ত্ৰী পুঁজিৰ চেক খনৰ কাম কাজ কৰাৰ দায়িত্ব প্ৰদান কৰে। কিন্তু পৱিত্ৰ শইকীয়াই কিছু দিনৰ পিছতেই উক্ত চেকখন হেৰাই বুলি কৈ দায়িত্ব সামৰে। দৰিদ্ৰ পৰিয়ালটোক এই ক্ষেত্ৰত আইনৰ কাষ চপাৰ পৰা বিৰত থাকিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে পৱিত্ৰ শইকীয়াই। ভুক্ত ভুগী পৰিয়ালটোৱে উপাই বিহীন হৈ এতিয়া সহায় বিচাৰিছে দল সংগঠন আৰু আইনৰ ওচৰত। সেয়ে আজি অসম জাতীয়তাবাদী যুৱ পৰিষদ মৰঙি আঞ্চলিকৰ সভাপতি মানব গগৈ, গোলাঘাট অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতিৰ সাংগঠনি সম্পাদক ৰাজিব লস্কৰ, টাই আহোম ছাত্ৰ সন্থাৰ বিষয় ববিয়া সকলৰ সহযোগত গোলাঘাট সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। পৰিয়ালটোৰ সদস্যৰ লগতে সংগঠনৰ চৰকাৰৰ প্ৰতি আহ্বান সোনকালে দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াৱক। কৰ্কট ৰোগত আক্ৰান্ত অজিত ফুকনক ন্যায় প্ৰদান কৰক আৰক্ষীয়ে। পবিত্ৰ শইকীয়া নামৰ লোক জনক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী আৰক্ষীৰ।Conclusion:Byte 1: নেতা, অসম জাতীয়তাবাদী যুৱ পৰিষদ।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.