ETV Bharat / state

বোকাখাতটো আৰম্ভ হ'ল ক'ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া

author img

By

Published : Jan 16, 2021, 8:50 PM IST

গোলাঘাটতো আজি আৰম্ভ হ'ল ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৷ জিলাখনৰ তিনিটা স্থান ক্ৰমে বোকাখাতৰ শ্বহীদ কমলা মিৰি চিকিৎসালয়, নুমলীগড়ৰ VKNRL, গোলাঘাটৰ ছহীদ কুশল কোঁৱৰ চিকিৎসালয়ত মুঠ 300 জনক প্ৰদান কৰা ক'ভিড ভেকচিন ৷

bokakhat-covid-vaccination
বোকাখাতটো আৰম্ভ হ'ল কভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া

গোলাঘাট,16 জানুৱাৰী : সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো আজি আৰম্ভ হ'ল ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৷ জিলাখনৰ তিনিটা স্থান ক্ৰমে বোকাখাতৰ শ্বহীদ কমলা মিৰি চিকিৎসালয়, নুমলীগড়ৰ VKNRL, গোলাঘাটৰ ছহীদ কুশল কোঁৱৰ চিকিৎসালয়ত মুঠ 300 জনক প্ৰদান কৰা ক'ভিড ভেকচিন ৷

বোকাখাতৰ শ্বহীদ কমলা মিৰি চিকিৎসালয়ত প্ৰথম ক'ভিড ভেকচিন গ্ৰহণ কৰে চিকিৎসক মিলন লস্কৰে ৷ চিকিৎসালয়খনত ভেকচিন প্ৰদান কাৰ্যসূচী উদ্ধোধন কৰে বোকাখাতৰ মহকুমাধিপতিয়ে ৷

লগতে পঢ়ক: চিৰাং জিলা বিপিএফৰ পঞ্চম বাৰ্ষিক অধিৱেশনত 2021ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.