ETV Bharat / state

ভোগালীক আদৰাৰ প্ৰস্তুতি বিধায়ক মৃণাল শইকীয়াৰ

author img

By

Published : Jan 12, 2020, 2:01 PM IST

নিজেই হাতত কুঠাৰ লৈ বিধায়ক মৃণাল শইকীয়াই মেজিৰ বাবে ফালিলে খৰি । খৰি ফালি পুৰণি স্মৃতি দোহাৰিলে খুমটাইৰ বিধায়ক গৰাকীয়ে ৷

golaghat
গোলাঘাট

গোলাঘাট, 12 জানুৱাৰীঃ বিহুলৈ মাজত মাথো কেইটামান দিন ৷ সকলো অসমীয়াই ইতিমধ্যে ভোগালীক আদৰিবলৈ সাজু হৈছে ৷ পিচ পৰি ৰোৱা নাই খুমটাইৰ বিধায়ক মৃণাল শইকীয়াও ৷

গোলাঘাট
বিধায়ক মৃণাল শইকীয়াৰ বিহুক আদৰাৰ প্ৰস্তুতি
বিধায়ক মৃণাল শইকীয়াই চলালে ভোগালীক আদৰাৰ প্ৰস্তুতি
বিধায়কগৰাকীৰ নিজ ঘৰৰ কাষৰ পথাৰত সজা হৈছে ভেলা ঘৰ ৷ মেজি তৈয়াৰ কৰিবৰ বাবে বিধায়ক শইকীয়াই নিজেই হাতে কামে লাগি যোৱা পৰিলক্ষিত হয় ৷ ইপিনে বিধায়কগৰাকীৰ ওচৰ চুবুৰীয়াই তেওঁৰ ঘৰৰ ঢেঁকী শালত প্ৰস্তুত কৰিলে ভোগালীৰ চিৰা পিঠা ৷ চুবুৰীয়া মহিলাই ঢেঁকীত চিৰা পিঠা সান্দহ তৈয়াৰ কৰাৰ লগতে প্ৰস্তুত কৰিছে তিল পিঠা, ঘিলা পিঠা, তেল পিঠা, লাড়ু ইত্যাদি ৷ আশীৰ ঊৰ্দ্ধৰ আইতাও আহিল বিধায়কগৰাকীৰ বাসগৃহত ঢেঁকী দিবলৈ ৷ বিহুৰ জলপান আয়োজনৰ মাজতে মহিলা সকলে আনন্দত বিহু মাৰি স্ফুৰ্তি কৰাও দেখা পোৱা গ'ল ৷ আনহাতে মাঘৰ বিহুৰ প্ৰস্তুতিৰ মাজতে মৃণাল শইকীয়াই সাংবাদিকৰ আগত ক'লে লৰালি কালৰ কিছু কথা ৷

লগতে পঢ়ক - বিলাসীপাৰাত ৰিপুন বৰাৰ নেতৃত্বত পদযাত্ৰা

Intro: ব্যতিক্ৰমী বিধায়ক মৃণাল শইকীয়াৰ ব্যতিক্ৰমী ভোগালী বিহুৰ আয়োজন । নিজেই হাতত কুঠাৰ লৈ মেজিৰ বাবে ফালিলে খৰি । খৰি ফালি পুৰণি স্মৃতি দোহাৰিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ।
Byte_1_মৃণাল শইকীয়া

নিজৰ ঘৰৰ কাষৰ পথাৰত আয়োজন ভেলা ঘৰৰ । উচ্চ খৰি মেজি তৈয়াৰ বাবে লাগি গৈছে হাতে কামে । ঘৰৰ ঢেঁকী শালত প্ৰস্তুত ভোগালীৰ চিৰা পিঠা । চুবুৰীয়া মহিলাই ঢেঁকীত চিৰা পিঠা সান্দহ তৈয়াৰ কৰাৰ লগতে প্ৰস্তুত কৰিছে তিল পিঠা, ঘিলা পিঠা,তেল পিঠা, লাড়ু আদি । আশীৰ উৰ্ধৰ আইতাও আহিল ঢেঁকী দিবলৈ । আইতাই কলে গাভৰু কালৰ কথা ।
বিধায়ক মৃণাল শইকীয়াক দেখা গল চিৰা পিঠাৰ সোৱাদ লোৱাও । বিহুৰ জলপান আয়োজনৰ মাজতে মহিলা সকলে আনন্দত বিহু মাৰি স্ফুৰ্তি কৰিলে ।
Body:Byte_2_আইটা
Byte_3_মহিলা
Byte_4_মহিলা
Conclusion:গোলাঘাট পৰা চামিম আলি ,etv Bharat অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.