গোলাঘাট, ৭ মাৰ্চ : গোলাঘাট আৰু যোৰহাটত বিষাক্ত সুৰা সেৱন কৰি প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ পাচতে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ তথা সজাগতামূলক সভাৰ । মাদক দ্ৰব্যৰ বিৰুদ্ধে এইবাৰ সজাগতাৰ বাবে উলাই আহিল বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,পৰিচালনা সমিতিৰ সদস্যৰ লগতে অভিভাৱকসকল ।
নিচাযুক্ত দ্ৰব্য বিৰুদ্ধে গোলাঘাটত সজাগতামূলক শোভাযাত্ৰা - গোলাঘাট
ওলাই আহিল বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসহ অভিভাৱক
নিচাযুক্ত দ্ৰব্য বিৰুদ্ধে গোলাঘাটত সজাগতামূলক শোভাযাত্ৰা
গোলাঘাট, ৭ মাৰ্চ : গোলাঘাট আৰু যোৰহাটত বিষাক্ত সুৰা সেৱন কৰি প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ পাচতে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ তথা সজাগতামূলক সভাৰ । মাদক দ্ৰব্যৰ বিৰুদ্ধে এইবাৰ সজাগতাৰ বাবে উলাই আহিল বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,পৰিচালনা সমিতিৰ সদস্যৰ লগতে অভিভাৱকসকল ।
Golaghat 07.03.2019
SLUG : GOLAGHAT AWARENESS CAMPAIGN
A_GLT_806_7MAR_GOLAGHAT_AWARENESS_CAMPAIGN_VISUAL_1_DIGANTA_SAHU
A_GLT_807_7MAR_GOLAGHAT_AWARENESS_CAMPAIGN_BYTE_1_DIGANTA_SAHU
O.C. : গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত চুলাই মদ সেৱন কৰি প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ পিছত এতিয়া চাৰিওফালে কেৱল প্ৰতিবাদ নতুবা বিভিন্ন দল সংগঠনৰ সজাগতা সভা। মাদক দ্ৰব্য ও নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে এইবাৰ সজাগতাৰ বাবে উলাই আহিল বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ সদস্য সদস্যাৰ লগতে অভিভাৱক। গোলাঘাট জিলাৰ পূৱ শিক্ষাখণ্ডৰ অধীনৰ চান্দমাৰী টাউন বালিকা মণ্ডল সমল কেন্দ্ৰ সমন্বয়কৰ সৌজন্যত আৰু সমূহ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সদস্যা, অভিভাৱকৰ সহযোগত বাহিৰ কৰা হয় সজাগতামূলক শুভযাত্ৰা। গোলাঘাট নগৰৰ মাজেৰে মাদক দ্ৰব্য সেৱনৰ বিৰোধিতা কৰি বিভিন্ন শ্ল'গানৰে শুভযাত্ৰা বাহিৰ কৰা হয়।
Byte 1 : শিক্ষয়িত্ৰী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
বি: দ্ৰ: --- ভিজুৱেল বাইট ftpত গ'ল।