ETV Bharat / state

Voting Awareness: বোকাখাতবাসীক বাটৰ নাটেৰে সজাগ কৰাৰ লক্ষ্য বোকাখাত মহকুমা প্ৰশাসনৰ - সজাগতা সভা

ঠায়ে ঠায়ে ভোটাৰ তালিকা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে ৷ বোকাখাততো মহকুমা প্ৰশাসনৰ বাটৰ নাট প্ৰদৰ্শনেৰে অনন্য সজাগতা সভা

বোকাখাতত মহকুমা প্ৰশাসনৰ বাটৰ নাট প্ৰদৰ্শনেৰে অনন্য সজাগতা সভা
বাটৰ নাট প্ৰদৰ্শনেৰে বোকাখাতবাসী ৰাইজক ভোটাৰ তালিকা সম্পৰ্কে সজাগ কৰাৰ লক্ষ্য বোকাখাত মহকুমা প্ৰশাসনৰ
author img

By

Published : Nov 15, 2021, 10:23 AM IST

বোকাখাত, 15 নৱেম্বৰ : পোহৰ নামৰ NGO এটাৰ সহযোগত বোকাখাত মহকুমা প্ৰশাসনে বোকাখাতৰ বিভিন্ন স্থানত বাটৰ নাট প্ৰদৰ্শনৰ কাৰ্যসূচী হাতত লৈছে ৷ জনসাধাৰণক ভোটাৰ তালিকাৰ বিষয়ে অৱগত কৰোৱাৰ উদ্দেশ্যে মহকুমা প্ৰশাসনে এই পদক্ষেপ হাতত লৈছে ৷

awarenwss-campaign-by-puhor-ngo-at-bokakhat
বোকাখাতত মহকুমা প্ৰশাসনৰ বাটৰ নাট প্ৰদৰ্শনেৰে অনন্য সজাগতা সভা

ভাৰত চৰকাৰে নিৰ্দেশ জাৰি কৰিছে যে চলিত মাহৰ 30 তাৰিখৰ ভিতৰত 18 বছৰৰ উৰ্দ্ধৰ সকলো লোকৰে ভোটাৰ কাৰ্ড প্ৰস্তুত কৰাৰ লগতে ভোটাৰ কাৰ্ডত নাম, ঠিকনা সংশোধন কৰিব লাগিব ৷

সেই অনুসৰিয়েই প্ৰতিখন জিলা প্ৰশাসনে ভোটাৰ তালিকা সম্পৰ্কে ৰাইজক অৱগত কৰোৱাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী হাতত লৈছে ৷ 14 নৱেম্বৰত বোকাখাতত হৈ যোৱা বাটৰ নাটৰ লগত সংগতি ৰাখি কুইজ, চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ৷

লগতে চাওক : মণিপুৰ আৰক্ষী- Assam Rifles ৰ যুটীয়া অভিযানত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.