ETV Bharat / state

গোলাঘাটত আছুৰ ৰণশিঙাঃ ডবা-শঙ্খ, ঢোল-তাল বজাই উত্তাল প্ৰতিবাদ - উত্তাল প্ৰতিবাদ

গোলাঘাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা প্ৰতিবাদকাৰীৰ। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনখন বাতিল নকৰিলে আগন্তুক দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

ETV BHARAT
গোলাঘাটত আছুৰ ৰণশিঙা, ডবা-শঙ্খ, ঢোল-তাল বজাই কাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
author img

By

Published : Jan 9, 2020, 10:45 PM IST

গোলাঘাট, ৯ জানুৱাৰীঃ গোলাঘাটত অব্যাহত আছে কাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ । আছুৰ লগতে ৩০টা জনগোষ্ঠীয় সংগঠনৰ উত্তাল প্ৰতিবাদে কঁপাই তোলে সমগ্ৰ গোলাঘাটৰ আকাশ-বতাহ । সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। বৃহস্পতিবাৰে আছুৰ লগতে ৩০ টা জনগোষ্ঠীয় সংগঠনে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে ৰণশিঙা বজাই প্ৰতিবাদ সাব্যস্ত কৰে। আছুৰ লগতে প্ৰতিবাদকাৰী সকলে ডবা, শঙ্খ, খোল-তাল বজাই মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ উপৰিও অতি শীঘ্ৰে জাতিধ্বংসী আইনখন বাতিল কৰিবলৈ দাবী কৰে প্ৰতিবাদকাৰীসকলে । আছুৰ এই ৰণশিঙা প্ৰতিবাদী কাৰ্যসূচীত হাজাৰ-হাজাৰ লোকে অংশ গ্ৰহণ কৰে ।

গোলাঘাটত আছুৰ ৰণশিঙা, ডবা-শঙ্খ, ঢোল-তাল বজাই কাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
লগতে পঢ়ক - 89 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

Intro:গোলাঘাটত আছুৰ ৰণশিঙা। ডবা-শঙ্খ, ঢোল তাল বজাই কা বিৰুদ্ধী ৰণৰ বাবে আছুৰ লগতে ৩০টা জাতি জনগোষ্ঠীৰ প্ৰতিবাদ।

Body:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰ্বতে কেৱল প্ৰতিবাদ। বৃহস্পতিবাৰে আছুৰ লগতে ৩০ টা জাতি জনগোষ্ঠীয়ে ৰণশিঙা বজাই প্ৰতিবাদ সাব্যস্ত কৰে। আছুৰ সদস্যসকলে ডবা, শঙ্খ, খোল-তাল বজাই 'কা' বিৰুদ্ধে প্ৰতিবাদৰ ৰণশিঙা বজাই। গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰণশিঙা কাৰ্যসূচীৰে প্ৰতিবাদত বহে আছুৰ লগতে বহু কেইজন জ্যেষ্ঠ নাগৰিকে।

Conclusion:Byte 1: আছুৰ সদস্য।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.