ETV Bharat / state

গোলাঘাটত দুই যুৱকক উত্তম-মধ্যম ৰাইজৰ

গোলাঘাটৰ ২নং তিৰুৱাল গাঁৱত ড্ৰাগছ বিক্ৰী কৰিবলৈ লোৱাৰ সময়তে ৰাইজে আৱদ্ধ কৰি ৰাখিছে দুজন যুৱকক । উত্তম-মধ্যম শোধায় ফৰকাটিং আৰক্ষীক চমজায় দিয়ে ধৃত যুৱক দুজনক ।

গোলাঘাটত দুই যুৱকক উত্তম-মধ্যম ৰাইজৰ
author img

By

Published : Jul 28, 2019, 7:39 PM IST

  • গোলাঘাটৰ ২নং তিৰুৱাল গাঁৱত তীব্ৰ উত্তেজনা
  • দুজন যুৱকক আৱদ্ধ কৰিলে ৰাইজে
  • ড্ৰাগছ বিক্ৰীৰ সময়তে ৰাইজে হাতে লোটে ধৰা পেলায় যুৱক দুজনক
  • ধৃত যুৱক দুজনৰ নাম কছাৰীহাটৰ মামুদ আহমেদ আৰু বিতু শইকীয়া
  • যুৱক দুজনৰ পৰা ব্ৰাউন চুগাৰৰ লগতে গাঞ্জা জব্দ কৰে
  • ইতিমধ্যে ধৃত যুৱক দুজনক ৰাইজে উত্তম-মধ্যম দি আৰক্ষীক চমজাই দিয়ে
    গোলাঘাটত দুই যুৱকক উত্তম-মধ্যম ৰাইজৰ

  • গোলাঘাটৰ ২নং তিৰুৱাল গাঁৱত তীব্ৰ উত্তেজনা
  • দুজন যুৱকক আৱদ্ধ কৰিলে ৰাইজে
  • ড্ৰাগছ বিক্ৰীৰ সময়তে ৰাইজে হাতে লোটে ধৰা পেলায় যুৱক দুজনক
  • ধৃত যুৱক দুজনৰ নাম কছাৰীহাটৰ মামুদ আহমেদ আৰু বিতু শইকীয়া
  • যুৱক দুজনৰ পৰা ব্ৰাউন চুগাৰৰ লগতে গাঞ্জা জব্দ কৰে
  • ইতিমধ্যে ধৃত যুৱক দুজনক ৰাইজে উত্তম-মধ্যম দি আৰক্ষীক চমজাই দিয়ে
    গোলাঘাটত দুই যুৱকক উত্তম-মধ্যম ৰাইজৰ

Intro:গোলাঘাটৰ ২নং তিৰুৱাল গাঁৱত দেওবাৰে দিনৰ ভাগত সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷
স্থানীয় ৰাইজে আৱদ্ধ কৰি ৰাখিছে দুজন যুৱকক । যুৱক দুজন হল কছাৰীহাটৰ মামুদ আহমেদ আৰু বিতু শইকীয়া ৷ এই দুই বন্ধুৱে নৱপ্ৰজন্ম তিল তিলকৈ মৃত্যুৰ গৰাহলৈ ঠেলি দিয়া মৰাত্মক ড্ৰাগছৰ সেৱনৰ লগতে ব্যৱসায় কৰে ৷ দেওবাৰে এই দুই যুৱক তিৰুৱাল গাঁৱত প্ৰবেশ কৰি ড্ৰাগছ বিক্ৰীৰ বাবে যোগাযোগ কৰা সময়তে ৰাইজে হাতে লুটে কৰায়ত্ত কৰি উত্তম মাধ্যম সোধায় ফৰকাটিং থানাৰ আৰক্ষীক চমজাই দিয়ে ৷ ধৃত যুৱক দুজনৰ পকেটৰ পৰা ৰাইজে জব্দ কৰে দুটা ম’বাইল ফোন, এটা ব্ৰাউন চুগাৰৰ টেমা , গাঞ্জা আৰু চিৰিঞ্জ ও আৰক্ষীক চমজাই দিয়ে ৷ আৰক্ষীয়ে ধৃত দুই ড্ৰাগছ ব্যৱসায়িক লৈ তদন্ত আৰম্ভ কৰিছে ।Body:Byte 1 : স্থানীয় যুৱক
Byte 2 : ড্ৰাগছ ব্যৱসায়ীConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.