ETV Bharat / state

অসম প্ৰদেশ চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ "কা" বিৰোধী প্ৰতিবাদ - নাগৰিকত্ব সংশোধনী আইন

গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে অসম প্ৰদেশ চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছ,গোলাঘাট জিলা সমিতিৰ সদস্যসকলে ৷

Assam pradesh tea worker and ex tea worker's CAA protest
অসম প্ৰদেশ চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ "কা" বিৰোধী প্ৰতিবাদ
author img

By

Published : Jan 18, 2020, 6:06 PM IST

গোলাঘাট,18 জানুৱাৰীঃ গোলাঘাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত বহিল অসম প্ৰদেশ চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছ,গোলাঘাট জিলা সমিতি ৷ গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে সংগঠন দুটাৰ সদস্যসকলে ৷ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে ৷

অসম প্ৰদেশ চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ "কা" বিৰোধী প্ৰতিবাদ

লগতে পঢ়ক-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্তিতিঃ অসমৰ মাটিত মিজোৰ আগ্ৰাসন

Intro:গোলাঘাটত 'কা' বিৰুদ্ধে প্ৰতিবাদত বহিল অসম প্ৰদেশ চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছ, গোলাঘাট জিলা সমিতি।

Body:গোলাঘাটত 'কা' বিৰুদ্ধে প্ৰতিবাদত বহিল অসম প্ৰদেশ চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছ, গোলাঘাট জিলা সমিতি। গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ সদস্য, নেতাসকল। বিজেপি চৰকাৰ গ'বেক, নৰেন্দ্ৰ মোদী হাই হাই ধ্বনিৰে উত্তপ্ত কৰি তোলে প্ৰতিবাদ স্থলী।

Conclusion:Byte 1: নেতা, অসম প্ৰদেশ চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছ, গোলাঘাট জিলা সমিতি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.