ETV Bharat / state

গোলাঘাটত 9 জন covid-19ৰ পজিটিভৰ পুনৰ স্বাস্থ্য পৰীক্ষাত ওলাল নিগেটিভঃ ডাঃ উত্তম দত্ত - 2nd-test-report

গোলাঘাটত ৩১ মাৰ্চত ৯ জন ব্যক্তিৰ শৰীৰৰ নমুনাত ধৰা পৰিছিল 'কভিদ-19 । দ্বিতীয়বাৰ তেওঁলোকৰ শৰীৰৰ নমুনা পৰীক্ষা কৰাত নেগেটিভ বুলি ধৰা পৰিছে বুলি সদৰি কৰে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ উত্তম দত্তই ৷

ETV BHARAT
গোলাঘাটত 9 জন covid-19 ৰ পজিটিভৰ পুনৰ স্বাস্থ্য পৰীক্ষাত ওলাল নিগেটিভঃ ডাঃ উত্তম দত্ত
author img

By

Published : Apr 15, 2020, 9:06 PM IST

গোলাঘাট, 15 এপ্ৰিলঃ গোলাঘাটৰ বাবে এটা ভাল খবৰ । কৰ'ণা ভাইৰাছক লৈ অসমৰ ভিতৰতে গোলাঘাট হৈ পৰিছিল এক স্পৰ্শকাতৰ অঞ্চল । ৯ জন ক'ৰণা পজিটিভ ব্যক্তিৰ দ্বিতীয় বাৰ শৰীৰৰ নমুনা পৰীক্ষাৰ ফলাফল নিগেটিভ ।

গোলাঘাটত 9 জন covid-19 ৰ পজিটিভৰ পুনৰ স্বাস্থ্য পৰীক্ষাত ওলাল নিগেটিভঃ ডাঃ উত্তম দত্ত

গোলাঘাটৰ বাবে এটা ভাল খবৰ। ক'ৰণা ভাইৰাছক লৈ অসমৰ ভিতৰতে গোলাঘাট হৈ পৰিছিল এক স্পৰ্শকাতৰ অঞ্চল । গোলাঘাটত ৯ জনকৈ ব‍্যক্তিৰ শৰীৰত ক'ৰণা পজিটিভ পোৱাৰ পিছতেই শংকিত হৈ পৰিছিল স্বাস্থ্য বিভাগ, সাধাৰণ জনতা । ৯ জন ক'ৰণাভাইৰাছ পজিটিভ ব‍্যক্তিক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চলাই থকা হৈছিল চিকিৎসা। ৩১ মাৰ্চত ৯ জন ব্যক্তিৰ শৰীৰৰ নমুনাত ধৰা পৰিছিল কভিদ 19 । এতিয়া এটা ভাল খবৰ, দ্বিতীয়বাৰ তেওঁলোকৰ শৰীৰৰ নমুনা পৰীক্ষা কৰাত নিগেটিভ বুলি ধৰা পৰিছে । গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ উত্তম দত্তই জানিব দিয়া মতে পজিটিভ ব‍্যক্তি সকলৰ পুনৰ তৃতীয়বাৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব। তৃতীয়বাৰ যদি নিগেটিভ আহে তেন্তে গুৱাহাটীৰ পৰামৰ্শ অনুযায়ী তেওঁ লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ'ব ।

লগতে পঢ়ক- লক ডাউন ভংগ কৰিলে কঠোৰ শাস্তি সন্মুখীন হ'ব লাগিব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.